ETV Bharat / state

Drugs dealer arrested in Nagaon: নগাঁৱৰ কচুৱাত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

নগাঁৱৰ কচুৱাত ড্ৰাগছসহ আটক সৰবৰাহকাৰী (Drugs dealer arrested in Nagaon) ৷ আৰক্ষী আৰু CRPF ৰ 34 বেটেলিয়নৰ নেতৃত্বত বুধবাৰে নিশা চলিছিল অভিযান ৷ অভিযানকালত ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক ৷

author img

By

Published : Oct 27, 2022, 10:59 AM IST

Drugs dealer arrested with drugs in Nagaon
নগাঁৱৰ কচুৱাত ড্ৰাগছসহ আটক সৰবৰাহকাৰী
  • নগাঁৱৰ কচুৱাৰ বৰগাঁৱত ড্ৰাগছসহ আটক সৰবৰাহকাৰী (Drugs dealer arrested in Nagaon)
  • আৰক্ষী আৰু CRPF ৰ 34 বেটেলিয়নৰ নেতৃত্বত বুধবাৰে নিশা চলিছিল অভিযান
  • অভিযানকালত ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক
  • তিনিটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকছসহ ১৯০ টা খালী কন্টেইনাৰ জব্দ
  • সৰবৰাহকাৰী দুটা ক্ৰমে বৰগাঁৱৰ আইনুল হ'ক আৰু গি‌য়াচ্ছুদ্দিন হ'ক
  • দীৰ্ঘদিনৰে পৰা দুই ভাতৃয়ে মিলি চলাই গৈছিল ড্ৰাগছৰ বেহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.