ETV Bharat / state

নগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীৰ হাতত প্ৰহৃত কিশোৰ

author img

By

Published : Nov 1, 2019, 11:55 PM IST

নগাঁৱত ড্ৰাগছ ব্যৱসায়ীৰ তাণ্ডৱ । ড্ৰাগছ বিক্ৰী নকৰাৰ বাবেই কিশোৰক আক্ৰমণৰ অভিযোগ ।

নগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীৰ হাতত প্ৰহৃত কিশোৰ

নগাঁও,1 নৱেম্বৰঃ নগাঁৱত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ ব্যৱসায়ীৰ অতপালি । শুকুৰবাৰে নগাঁৱৰ বৰভেটীত ড্ৰাগছ ব্যৱসায়ীয়ে সংঘটিত কৰে এক চাঞ্চল্যকৰ ঘটনা । নিষিদ্ধ নিচাজাতীয় ঔষধ বিক্ৰী নকৰাৰ বাবেই এগৰাকী কিশোৰক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । বৰভেটিৰ এজন কিশোৰে এশ টকীয়া নোট খুচুৰা কৰিবলৈ যাওঁতে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত এটা দলে কিছু নিচাজাতীয় ঔষধ বিক্ৰী কৰি দিয়াৰ নিৰ্দেশ দিয়ে । কিন্তু কিশোৰজনে এই নিৰ্দেশ অমান্য কৰাত চাৰি-পাঁচজনীয়া দলটোৱে কিশোৰটিৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ আৰম্ভ কৰে । দলটোৰ টোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত কিশোৰজনক সংকটজনক অৱস্থাত নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে পৰিয়ালৰ লোকে । ঘটনা সন্দৰ্ভত নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দিবলৈ যোৱা পৰিয়ালৰ টোৰ পৰা আৰক্ষীয়ে এজাহাৰ গ্ৰহণ নকৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । অৱশেষত জানিব পৰা মতে পৰিয়ালৰ লোকে নগাওঁ সদৰ আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।

আৰু পঢ়ক মানকাচৰত মহিলাসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক আটক

Intro:নগাঁৱত ড্ৰাগছ ব্যৱসায়ীৰ তাণ্ডৱ। ড্ৰাগছ বিক্ৰী নকৰাৰ বাবেই কিশোৰক আক্ৰমণৰ অভিযোগ।

Body:নগাঁৱত একপ্ৰকাৰৰ তাণ্ডৱ আৰম্ভ কৰিলে ড্ৰাগছ ব্যৱসায়ীয়ে। নগাঁৱৰ বৰভেটীত ড্ৰাগছ ব্যৱসায়ীয়ে সংঘটিত কৰিলে এক চাঞ্চল্যকৰ ঘটনা। নিষিদ্ধ নিচাজাতীয় ঔষধ বিক্ৰী নকৰাৰ বাবেই এগৰাকী কিশোৰক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বৰভেটিৰ এটি কিশোৰে এশ টকীয়া নোট খুচুৰা কৰিবলৈ যাওঁতে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত এটা দলে দিয়ে কিছু নিচাজাতীয় ঔষধ বিক্ৰী কৰি দিয়াৰ নিৰ্দেশ। কিন্তু কিশোৰজনে এই নিৰ্দেশ মানি নোলোৱাৰ বাবেই চাৰি পাঁচজনীয়া দলে আৰম্ভ কৰে উপৰ্যুপৰি আক্ৰমণ। দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত কিশোৰজনক সংকতজনক অৱস্থাত নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে পৰিয়ালৰ লোকে। ঘটনাসন্দৰ্ভত নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দিবলৈ যোৱা পৰিয়ালৰ লোকৰ পৰা আৰক্ষীয়ে এজাহাৰ গ্ৰহণ নকৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অৱশেষত নগাওঁ সদৰ আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে।
bite, mother
--------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১-১১-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.