নগাঁও,৩০মে': টেম্প'ৰ চকা চুৰি কৰি ৰাইজৰ লপা-থপা খালে নগাঁও জিলাৰ ধিঙৰ কদমনিৰ এটা চোৰে। বৃহস্পতিবাৰে কদমনিৰ এজন লোকৰ ঘৰত টেম্প'ৰ চকা চুৰি কৰিবলৈ অহা সময়তে স্থানীয় ৰাইজে হাতে-লোটে ধৰে । চোৰটোক গৰু পঘাৰে গছত বান্ধি ৰাইজে উত্তম-মধ্যম সোধাই ধিং আৰক্ষীক গতাই দিয়ে।
টেম্প'ৰ চকা চুৰি কৰি ৰঙাঘৰৰ আলহী চোৰ
নগাঁও জিলাৰ ধিঙৰ কদমনিৰ এটা চোৰে টেম্প'ৰ চকা চুৰি কৰি উত্তম-মধ্যম খালে ৰাইজৰ
গাড়ীৰ চকা চুৰি কৰি ৰঙাঘৰৰ আলহী ধিঙৰ এটা চোৰ
নগাঁও,৩০মে': টেম্প'ৰ চকা চুৰি কৰি ৰাইজৰ লপা-থপা খালে নগাঁও জিলাৰ ধিঙৰ কদমনিৰ এটা চোৰে। বৃহস্পতিবাৰে কদমনিৰ এজন লোকৰ ঘৰত টেম্প'ৰ চকা চুৰি কৰিবলৈ অহা সময়তে স্থানীয় ৰাইজে হাতে-লোটে ধৰে । চোৰটোক গৰু পঘাৰে গছত বান্ধি ৰাইজে উত্তম-মধ্যম সোধাই ধিং আৰক্ষীক গতাই দিয়ে।
Intro:ধিঙৰ কদমনিত গাড়ী চকা চুৰৰ বিলৈ । ৰাইজে হাতে লোটে ধৰি গৰু পঘাৰে বান্ধি দিলে ঔকিল ।Body:নগাঁও জিলাৰ পশ্চিমাঞ্চলত চোৰৰ উপদ্রৱে বাৰুকৈয়ে জলা কলা খুৱাই আহিছিল গঞা ৰাইজক । পিছে বৃহস্পতিবাৰে চুৰৰ দিন বেয়া আছিল । এখন তিনিচকীয়া টেম্পু গাড়ীৰ চকা চুৰ কৰিবলৈ যাওঁতেই ৰাইজৰ হাতত ধৰা পৰে দূধৰ্ষ চুৰটো ।চুৰতোক গৰু পঘাৰে গছত বান্ধি আৰম্ভ হয় চৰ ,লাঠি, ঘোচা । ৰাইজৰ ঔ কিলত বেচে চেহেৰা সলনি হৈ যায় । অৱশ্যে ৰাইজে চোৰটোক উত্তম মধ্যম দি ধিং আৰক্ষীক গতাই দিয়ে ।____________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion: