ETV Bharat / state

হিমা দাসলৈ শুভেচ্ছা বিধায়িকা আঙুৰলতা ডেকাৰ

11দিনৰ ভিতৰত তৃতীয়টো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বৰ্ণ পদক দখল কৰা 'ধিং এক্সপ্ৰেছ' খ্যাত ধিঙৰ জীয়ৰী গৰাকীক শুভেচ্ছা জ্ঞাপন কৰে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই ৷ ধিং বাসী ৰাইজৰ এটাই আশা স্বৰ্ণ কন্যা হিমা দাস এনেকৈ আগুৱাই গৈ আগন্তুক অলিম্পিকতো জয় কৰক স্বৰ্ণ পদক ৷

author img

By

Published : Jul 14, 2019, 7:21 PM IST

HIMA DAS

বটদ্ৰৱা,14 জুলাই : স্বৰ্ণ কন্যা হিমা দাসলৈ শুভেচ্ছা বিধায়িকা আঙুৰলতা ডেকাৰ । 11 দিনতে ধাৰাবাহিকভাৱে তিনিটাকৈ স্বৰ্ণ পদক আঁজুৰি আনি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে স্বৰ্ণ কন্যা হিমা দাসে । স্বৰ্ণকন্যাগৰাকীৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে ধিং, বটদ্ৰৱাবাসী ।

স্বৰ্ণকন্যাৰ সাফল্য

প'জনান এথলেটিকছত 200 মিটাৰ দৌৰত স্বৰ্ণ জয়, কোটন' এথলেটিকছ মীটত হিমাই স্বৰ্ণ জয় কৰাৰ পিছত পুনৰ ক্লাডন' মেম'ৰিয়েল এথলেটিকছ মীটৰ মহিলাৰ ২০০ মিটাৰ শাখাত শীৰ্ষ স্থান দখলেৰে স্বৰ্ণ জয় কৰে ধিং এক্সপ্রেছ খ্যাত স্বৰ্ণ কন্যা হিমা দাসে ৷11দিনৰ ভিতৰত তৃতীয়টো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বৰ্ণ পদক দখল কৰা 'ধিং এক্সপ্ৰেছ' খ্যাত ধিঙৰ জীয়ৰীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই ৷ ধিংবাসী ৰাইজৰ এটাই আশা স্বৰ্ণ কন্যা হিমা দাস এনেকৈ আগুৱাই গৈ আগন্তুক অলিম্পিকতো জয় কৰক স্বৰ্ণ পদক ৷

Intro:স্বৰ্ণ কন্যা হিমা দাসৰ সাফল্যক লৈ শুভেচ্ছা বিধায়িকা আঙুৰলতা ডেকাৰ ।Body:১১দিনতে ধাৰাবাহিক ভাবে তিনিটাকৈ স্বৰ্ণ পদক আঁজুৰি আনি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে স্বৰ্ণ কন্যা হিমা দাসে । যাক লৈ উৎফুল্লিত হৈ পৰিছে ধিং, বটদ্ৰৱাবাসী । প'জনান এথলেটিকছত ২০০ মিটাৰ দৌৰত স্বৰ্ণ জয়, কোটন' এথলেটিকছ মীটত হিমাই স্বৰ্ণ জয় কৰাৰ পিছত পুনৰ ক্লাডন' মেম'ৰিয়েল এথলেটিকছ মীটৰ মহিলাৰ ২০০ মিটাৰ শাখাত শীৰ্ষ স্থান দখলেৰে স্বৰ্ণ জয় কৰে ধিং এক্সপ্রেছ খ্যাত স্বৰ্ণ কন্যা হিমা দাসে ৷ ১১ দিনৰ ভিতৰত তৃতীয়টো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বৰ্ণ পদক দখল কৰা 'ধিং এক্সপ্ৰেছ' খ্যাত ধিঙৰ জীয়ৰী গৰাকীক শুভেচ্ছা জ্ঞাপন কৰে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই ৷ ধিং বাসী ৰাইজৰ এটাই আশা স্বৰ্ণ কন্যা হিমা দাস এনেকৈ আগুৱাই গৈ আগন্তুক অলিম্পিকতো জয় কৰক স্বৰ্ণ পদক ।____________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.