বটদ্ৰৱা, 8 এপ্ৰিলঃ চতৰ পূৰ্ণিমাৰ দিনটোতো নিমাওমাও পৰিৱেশ বটদ্ৰৱাৰ কীৰ্তনঘৰত । স্থগিত হ'ল বটদ্ৰৱা থানৰ শলগুৰি সত্ৰৰ, 364 বছৰীয়া পালনাম মহোৎসৱ । কিন্তু 364 বছৰীয়া পৰম্পৰা ৰক্ষা কৰি বুধবাৰে নিয়ম মাফিকভাৱে দুজন ভকতে সমাপন কৰিলে প্ৰসংগ । বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ বাবে প্ৰধান মন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই, সামাজিক দূৰত্ব বজাই ৰাখি দুজন ভকতেৰেই সামৰিলে নাম প্ৰসংগ কাৰ্যসূচী ।
স্থগিত হ'ল শলগুৰি সত্ৰৰ 364 বছৰীয়া পৰম্পৰাগত পালনাম মহোৎসৱ - স্থগিত হ'ল শলগুৰি সত্ৰৰ 364 বছৰীয়া পৰম্পৰাগত পালনাম মহোৎসৱ
কৰ'ণা ভাইৰাছৰ বাবে স্থগিত হ'ল বটদ্ৰৱা থানৰ শলগুৰি সত্ৰৰ 364 বছৰীয়া পালনাম মহোৎসৱ । সামাজিক দূৰত্ব বজাই ৰাখি দুজন ভকতেৰেই সামৰিলে নাম প্ৰসংগ কাৰ্যসূচী ।
deffered the 364 years old ritual of salguri satra due to corona virus pandemic