ETV Bharat / state

জাতিদ্ৰোহী বিশ্বাস ঘাটক অসম গণ পৰিষদ দলঃ ৰিপুন বৰা - ৰিপুন বৰা

বটদ্ৰৱা থানত আৰ্শীষ ললে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, ৰকিবুল হুছেইন আৰু প্ৰদ্যুত বৰদলৈয়ে

জাতিদ্ৰোহী বিশ্বাস ঘাটক অসম গণ পৰিষদ দলঃ ৰিপুন বৰা
author img

By

Published : Mar 26, 2019, 2:21 PM IST

নগাঁও, 26 মাৰ্চঃ" অগপ বিজেপিয়ে অসমৰ ৰাইজৰ লগত নাটক কৰি আছে আৰু সেই নাটকৰ জৰিয়তে মূৰ্খ সজাব বিচাৰিছে অসমৰ ৰাইজক, জাতিদ্ৰোহী বিশ্বাস ঘাটক অসম গণ পৰিষদ দল" । এই মন্তব্য অসম প্ৰদেশ কংগ্ৰছ দলৰ সভাপতি ৰিপুন বৰাৰ ৷

মঙলবাৰে মনোনয়ন দাখিলৰ পূৰ্বে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰছ দলৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ সৈতে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত আশিষ লবলৈ নগাঁৱত উপস্থিত হয় কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু ৰকিবুল হুছেইন ৷ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে কংগ্ৰেছৰ এ আই ইউ ডি এফৰ লগত গোপন মিত্রতা হোৱা নাই সেয়ে তেওঁলোকে সকলো সমষ্টিতে প্ৰাৰ্থী দিছে ৷ আৰু ৮ৰ পৰা ১০ খন আসন পাব বুলিও উল্লেখ কৰে তেখেতে ।

জাতিদ্ৰোহী বিশ্বাস ঘাটক অসম গণ পৰিষদ দলঃ ৰিপুন বৰা
ইয়াৰোপৰিতেখেতে বিজেপিক কতাক্ষ কৰি কয় যে গোপন বুজাবুজি থকাৰ বাবেই বিজেপিয়ে এ আই ইউ ডি এফক ব্যৱহাৰ কৰি ২০১৬ চনৰ নিৰ্বাচনত অসমত কংগ্ৰেছক পৰাস্ত কৰিছিল ৷ আনহাতে বদৰুদিন আজমলৰ নেতৃত্বাধীন দলটোৰ কৰ্মকৰ্তাসকল শেহতীয়া ভাৱে ইজনৰ পিছত সিজন কৈ কংগ্ৰেছত যোগদান দিছে আৰু কিছুদিনৰ পাচত দলটো কংগ্ৰেছত বিলীন হ'ব বুলিও মন্তব্য প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই । তদুপৰি অসমৰ সংখ্যালঘু লোকসকলে বদৰুদ্দিন আজমল সংখ্যালঘুৰ ত্ৰানকৰ্তানহয় বুলি ভালদৰে বুজিছে আৰু সংখ্যালঘুসকলক কেৱল ঢাল হিচাপে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি আছে বুলিও তেখেতে উল্লেখ কৰে ৷

Intro:বটদ্ৰৱা থানত আৰ্শীষ ললে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, ৰকিবুল হুছেইন আৰু প্ৰদ্যুত বৰদলৈয়ে । নগাঁও লোকসভা সমষ্টিৰ পৰা আজি মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰদ্যুত বৰদলৈয়ে ।Body:অগপ বিজেপিয়ে নাটক কৰি আছে অসমৰ ৰাইজৰ লগত আৰু সেই নাটকৰ জৰিয়তে মূৰ্খ সজাব বিচাৰিছে অসমৰ ৰাইজক । জাতিদ্ৰোহী বিশ্বাস ঘাটক অসম গণ পৰিষদ দল । এই মন্তব্য অসম প্ৰদেশ কংগ্ৰছ দলৰ সভাপতি ৰিপুন বৰাৰ ৷ মনোনয়ন দাখিলৰ পূৰ্বে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰছ দলৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ সৈতে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত আশিষ লবলৈ অহা কংগ্ৰছ সভাপতিগৰাকীয়ে লগতে দোহাৰে এ আই ইউ ডি এফৰে লগত গোপন মিত্রতা হোৱা নাই কংগ্ৰেছৰ সেইহে আমি সকলো সমষ্টিতে প্ৰাৰ্থী দিছো আৰু আমি আজি তাৰিখত ৮ৰ পৰা ১০ খন আশন পাব বুলিও কয় সভাপতি ৰিপুণ বৰাই । বি জে পিৰ লগত হে এ আই ইউ ডি এফৰ গোপন বুজাবুজি আছে কংগ্ৰেছৰ লগত নাই । গোপন বুজাবুজি থকাৰ বাবেই বিজেপিয়ে এ আই ইউ ডি এফক ব্যৱহাৰ কৰি ২০১৬ চনৰ নিৰ্বাচনত অসমত কংগ্ৰেছ পৰাস্ত কৰিছিল । সম্প্ৰতি
সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী দিবলৈ প্ৰাৰ্থী নাই । বদৰুদিন আজমলৰ নেতৃত্বাধীন দলটোৰ কৰ্মকৰ্তা সকল শেহতীয়া ভাৱে শুভবুদ্ধি উদয় হোৱাৰ বাবেই ইজনৰ পিছত সিজনে কংগ্ৰেছত যোগদান কৰিছে। কিছুদিনৰ পিছত দলটো কংগ্ৰেছত বিলীন হ'ব বুলিও মন্তব্যৰ প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই । অসমৰ সংখ্যালঘু লোকে ভালদৰে বুজিছে বদৰুদ্দিন আজমল সংখ্যালঘুৰ ত্ৰানকৰ্তী নহয় কেৱল সংখ্যালঘু সকলক ঢাল হিচাপে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে বুলিও
মন্তব্য কৰ্ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। মঙলবাৰে গুৰু জনাৰ জন্মস্থান বটদ্ৰৱাত নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈ মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে ললে বটদ্ৰৱা থানত ললে আশিষ । লগত সংগ প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনে । ইয়াৰ পূৰ্বে থান প্ৰাংগণত উপস্থিত হোৱাৰ সময়তে কংগ্ৰেছৰ নেতা সকলক বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে গামোচাৰে আদৰণি জনায়।________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত । Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.