ETV Bharat / state

ৰহাত ৰণডংকা বজালে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে - ৰহা সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী শশী কান্ত দাস

শনিবাৰে ৰহা সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী শশীকান্ত দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু ৰাজ্যিক মুখপাত্ৰ তথা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই ৷ প্ৰচাৰ সভাত হিমন্ত বিশ্ব শৰ্মাক বাক্য বানেৰে থকা সৰকা কৰে বিটিছিৰ প্ৰাক্তন প্ৰধান গৰাকীয়ে ।

ৰহাত ৰণডংকা বজালে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে

author img

By

Published : Mar 27, 2021, 10:34 PM IST

বঢ়মপুৰ,27 মাৰ্চ: ক্ৰমাৎ তুংগত হৈ উঠিছে ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ তীব্ৰ বাক্ বিতন্তা চলিছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত ৷ শনিবাৰে ৰহা সমষ্টিৰ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ প্ৰাৰ্থী শশীকান্ত দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু ৰাজ্যিক মুখপাত্ৰ তথা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই ৷ প্ৰচাৰ সভাত হিমন্ত বিশ্ব শৰ্মাক বাক্য বানেৰে থকা সৰকা কৰে বিটিছিৰ প্ৰাক্তন প্ৰধান গৰাকীয়ে ।

ৰহাত ৰণডংকা বজালে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে

হাগ্ৰামা মহিলাৰীয়ে কয়, হিমন্ত বিশ্ব শৰ্মা নিজেই বাংলাদেশী, বেলেগক বাংলাদেশী কৈ লাভ নাই । হিমন্ত বিশ্ব শৰ্মাই মোৰ পৰা ৰাজনীতি শিকিছে, মই থাকোতে সি হিৰ’ আছিলে, এতিয়া মই নাই সেইবাবে জিৰ' । ১ এপ্ৰিলত ফুল নকৰি পদুম ফুলক প্ৰত্যাহাৰ কৰি ২ মে'ত বিজেপিৰ শ্ৰাদ্ধ হ'ব বুলিও মন্তব্য কৰে বিপিএফ প্ৰধান গৰাকীয়ে ।

লগতে পঢ়ক: ধেমাজিত ৫-জোনাইত 6 প্ৰাৰ্থীৰ ভাগ্য বন্দী ইভিএমত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.