ETV Bharat / state

ধিঙত উলহ মালহেৰে পালন বৈশাগু উৎসৱ - নগাঁও

অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজস্ব স্বকীয় পৰম্পৰাৰে পালন কৰিছে চেনেহৰ ৰঙালী বিহুক ৷ পিছ পৰি ৰোৱা নাই বড়োসকলো ৷ ৰঙালীক বড়ো সম্প্ৰদায়ৰ লোকসকলে পালন কৰে বৈশাগু নামেৰে ৷

boisagu celebrate at dhing
ধিঙত উলহ মালহেৰে পালন বৈশাগু উৎসৱ
author img

By

Published : Apr 18, 2021, 2:32 PM IST

চামুগুৰি, 18 এপ্ৰিল : নগাঁৱৰ ধিঙত বড়ো সম্প্ৰদায়ৰ লোকে উলহ মালহেৰে পালন কৰা হৈছে চেনেহৰ বৈশাগু উৎসৱ ৷ ধিঙৰ চহৰীয়া গাঁৱত বৈশাগু উপলক্ষে তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে বৈশাগু উৎসৱৰ ৷ এই বৈশাগু উৎসৱত প্ৰতিজন বড়ো সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, বসন্তৰ আগমণৰ লগে লগে অসমৰ পালন কৰা হৈছে হেঁপাহৰ ৰঙালী বিহু ৷

ধিঙত উলহ মালহেৰে পালন বৈশাগু উৎসৱ

অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজস্ব স্বকীয় পৰম্পৰাৰে পালন কৰিছে চেনেহৰ ৰঙালী বিহুক ৷ পিছ পৰি ৰোৱা নাই বড়োসকলো ৷ ৰঙালীক বড়ো সম্প্ৰদায়ৰ লোকসকলে পালন কৰে বৈশাগু নামেৰে ৷ ডেকা-গাভৰু, জীয়ৰী-বোৱাৰী, পুৰুষ-মহিলা সকলো ওলাই আহিছে বৈশাগু উৎসৱৰ আনন্দ ল’বলৈ ৷ বিভিন্ন পৰম্পৰাগত খেল ধেমালিৰ লগতে বড়ো জীয়ৰী বোৱাৰীসকলে স্বকীয় বৈশিষ্ট্যৰে অংশ লৈছে বৈশাগু নৃত্যত ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতো অৰ্ধনিৰ্মিত হৈ ৰ'ল অভয়পুুৰ গ্ৰাম্য ষ্টেডিয়াম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.