ETV Bharat / state

নগাঁৱৰ নেহেৰুৱালীত আৰম্ভ ভোগালী উৎসৱ

author img

By

Published : Jan 15, 2020, 10:09 PM IST

নগাঁৱৰ নেহেৰুৱালীত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল ভোগালী উৎসৱ ৷ বুধবাৰৰ পৰা আৰম্ভ হয় ১০৭ বছৰীয়া এই ভোগালী উৎসৱ ৷

bhogali mela start at nagaon
নগাঁৱৰ নেহেৰুৱালীত আৰম্ভ ভোগালী উৎসৱ

নগাঁও , 15 জানুৱাৰী : নগাঁৱৰ নেহেৰুৱালীত বুধবাৰৰ পৰা আৰম্ভ হ'ল ভোগালী উৎসৱ । নগাঁৱৰ নেহেৰুৱালীত বুধবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ভোগালী উৎসৱ । 107 বছৰীয়া ভোগালী উৎসৱৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ডাঃ দিলীপ বৰুৱাই । নগাওঁ ভোগালী উৎসৱৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে উদযাপন সমিতিৰ উপসভাপতি তথা বিধায়ক ৰূপক শৰ্মাই । বিহুৰ দিনাই নেহেৰুৱালীত দুশ বয়োজ্যেষ্ঠ ব্যক্তিক শ্ৰদ্ধা জ্ঞাপন কৰে নগাওঁ ভোগালী উৎসৱ উদযাপন সমিতিয়ে । এই উৎসৱ উপলক্ষে নেহেৰুৱালীত আয়োজিত প্ৰদৰ্শনী আৰু আত্মসহায়ক গোটৰ বিপনী মুকলি কৰে জিলা উপায়ুক্ত যাদৱ শইকীয়াই ।

নগাঁৱৰ নেহেৰুৱালীত আৰম্ভ ভোগালী উৎসৱ

আৰু পঢ়ক : নগাঁৱত মেজিৰ জুইত জ্বলিল CAA ৰ প্ৰতিলিপি

Intro:নগাঁৱৰ নেহেৰুৱালীত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ভোগালী উৎসৱ ।

Body:কলঙৰ বাকৰি নগাঁৱৰ নেহেৰুৱালীত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ভোগালী উৎসৱৰ। ১০৭ বছৰীয়া নগাওঁ ভোগালী বিহু উৎসৱৰ মাঘৰ প্ৰথম দিনা পুৱাই ৰাজ্যিক শিশু আৰু নাৰী গৃহৰ লগতে শংকৰ মিছনৰ আবাসীসকলৰ মাজত ফলমূল বিতৰণ কৰাৰ পিছতেই নেহেৰুৱালীত অনুষ্ঠিত ভোগালী উৎসৱৰ পতাকা উত্তোলন কৰে ভোগালী উৎসৱ উদযাপন সমিতিৰ সভাপতি ডাঃ দিলীপ বৰুৱাই। নগাওঁ ভোগালী উৎসৱৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে উদযাপন সমিতিৰ উপসভাপতি বিধায়ক ৰূপক শৰ্মাই। পিছত নগাঁৱৰ দহগৰাকীকৈ বিশিষ্ট ব্যক্তিয়ে প্ৰজ্বলন কৰে মেজি। বিহুৰ দিনাই নেহেৰুৱালীত দুশ বয়োজ্যেষ্ঠ ব্যক্তিক শ্ৰদ্ধা জ্ঞাপন কৰে নগাওঁ ভোগালী উৎসৱ উদযাপন সমিতিয়ে। ভোগালী উৎসৱ উপলক্ষে নেহেৰুৱালীত আয়োজিত প্ৰদৰ্শনী আৰু আত্মসহায়ক গোটৰ বিপনী মুকলি কৰে জিলা উপায়ুক্ত যাদৱ শইকীয়াই।
bite- dc, mla rupak sarma
------------------------------------------------------ - -
ৰকিবুল ওৱাহিদ, নগাওঁ
১৪-১-২০

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.