ETV Bharat / state

কঠিয়াতলীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

author img

By

Published : Aug 26, 2019, 11:39 PM IST

নগাঁৱৰ কঠিয়াতলীৰ এঘাৰ মাইলৰ শিৱ মন্দিৰৰ সমীপত উদ্ধাৰ হ'ল মৃতদেহটো ৷

এঘাৰ মাইলৰ শিৱ মন্দিৰৰ সমীপত উদ্ধাৰ হল উৱলি যোৱা মৃতদেহটো

বঢ়মপুৰ,26 আগষ্ট:

  • কঠিয়াতলীত উৱলি যোৱা মৃতদেহ উদ্ধাৰ
  • এঘাৰ মাইলৰ শিৱ মন্দিৰৰ সমীপত উদ্ধাৰ মৃতদেহটো
  • মৃতদেহটো পুৰুষ নে মহিলাৰ এতিয়ালৈকে চিনাক্ত হোৱা নাই
  • ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ ৰাঙ্গলু আৰক্ষীৰ
  • মৃতদেহটো উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলত চাঞ্চল্য
    কঠিয়াতলীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

বঢ়মপুৰ,26 আগষ্ট:

  • কঠিয়াতলীত উৱলি যোৱা মৃতদেহ উদ্ধাৰ
  • এঘাৰ মাইলৰ শিৱ মন্দিৰৰ সমীপত উদ্ধাৰ মৃতদেহটো
  • মৃতদেহটো পুৰুষ নে মহিলাৰ এতিয়ালৈকে চিনাক্ত হোৱা নাই
  • ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ ৰাঙ্গলু আৰক্ষীৰ
  • মৃতদেহটো উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলত চাঞ্চল্য
    কঠিয়াতলীত অচিনাক্ত মৃতদেহ উদ্ধাৰ
Intro:নগাঁও কঠিয়াতলী এঘাৰ মাইলৰ শিৱ মন্দিৰৰ সমীপত উৱলি যোৱা মৃতদেহ উদ্ধাৰ।

সোমবাৰে নগাঁও কঠিয়াতলী এঘাৰ মাইলৰ শিৱ মন্দিৰৰ সমীপত উৱলি যোৱা মৃতদেহ উদ্ধাৰ। উদ্ধাৰ হোৱা মৃতদেহটো পুুৰুষৰ নে মহিলাৰ এতিয়ালৈকে চিনাক্ত হোৱা নাই।স্থানীয় লোকে প্ৰত্যক্ষ কৰি ৰাঙ্গলু আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত অাৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। মৃতদেহটো উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলত চাঞ্চল্য সৃষ্টি হৈছে। বৰ্তমানে মৃতদেহটো মৰনোত্তৰ পৰীক্ষা বাবে নগাঁৱৰলৈ প্ৰেৰণ কৰে ।Body:Byte = স্থানীয়লোক

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.