ETV Bharat / state

বাংলাদেশৰ গীতত অসমৰ ভৌগলিক পৰিৱেশ

বাংলাদেশ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ মুখত "মনে কৰি আসাম যাবো"শীৰ্ষক এই বিশেষ গীত, য'ত অসমৰ ভৌগলিক পৰিৱেশৰ লগতে অসমৰ চাহ বগিছাৰ কথা উল্লেখ কৰা হয় এই গীতটিত,গীতটি  "একতাৰা" নামৰ সংগীতৰ এটি দলৰ শিল্পীয়ে পৰিৱেশন কৰিছে

author img

By

Published : Jun 8, 2019, 9:03 PM IST

বাংলাদেশৰ গীতত অসমৰ ভৌগলিক পৰিৱেশ

কলিয়াবৰ,৮জুন : বাংলাদেশত চৰ্চিত অসম । বাংলাদেশৰ ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ছাত্ৰ মৰ্চাৰ Private University Student Alliance of Bangladeshয়ে প্ৰচাৰ কৰিছে এটি বিশেষ গীত । "মনে কৰি আসাম যাবো"শীৰ্ষক এই গীতটি "একতাৰা" নামৰ সংগীতৰ এটি দলৰ শিল্পীয়ে পৰিৱেশন কৰিছে । গীতটি ঝুমুৰ সুৰীয়া কণ্ঠৰে প্ৰকাশিত কৰা হৈছে । য'ত চৰ্চিত হৈছে অসমৰ সাংস্কৃতিক পৰিৱেশৰ লগতে চাহ বাগিছাৰ কেঁচা পাতৰ সুগন্ধিৰে ভৰি থকা অসমৰ কথা । ইতিমধ্যেই চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই গীতটি । গীতটোত কণ্ঠ দান কৰিছে দীনা শ্বেইখ আৰু বাদ্যযন্ত্ৰত সহায় কৰিছে অমিত ৰাজবংশী, তন্বী, মেহতাব আজমইনে । গীতটিৰ দৃশ্যগ্ৰহণ বাংলাদেশ বিশ্ববিদ্যালয়ৰ চৌহদত কৰা হয় ।

বাংলাদেশৰ গীতত অসমৰ ভৌগলিক পৰিৱেশ

ইফালে, ড০ ভূপেন হাজৰিকাৰ গীতৰ প্ৰচাৰ, প্ৰসাৰ আৰু চৰ্চাত নিৰৱাচ্ছিন্নভাৱে সেৱা আগবঢ়াই থকা শিক্ষক নয়নজ্যোতি শইকীয়াই বাংলাদেশৰ প্ৰতিজন ব্যক্তিৰ মাজত অসমৰ সংস্কৃতি জৰিত হৈ থকাৰ উল্লেখ কৰি বাংলাদেশৰ শিক্ষাৰ্থীসকলৰ অসমলৈ অহাৰ মন থকাৰ কথা গীতটিত প্ৰকাশ কৰি গীতটি ৰচনা কৰা হৈছে বুলি মন্তব্য কৰে ।

Intro:বাংলাদেশৰ শিক্ষাৰ্থীৰ অসমলৈ আহিবলে মন।
সেয়ে গাইছে –
"মনে কৰি আসাম যাবো"
বাংলাদেশৰ বিশ্ববিদ‍্যালয়ৰ শিক্ষাৰ্থীৰ কণ্ঠত ঝুমুইৰ সুৰীয়া এটি গীত

সামাজিক মাধ‍্যমত ভাইৰেল হোৱা এটা গীতৰ ভিডিঅ'ই অসমত লাভ কৰিছে জনপ্ৰিয়ত।Body:বাংলাদেশৰ শিক্ষাৰ্থীৰ অসমলৈ আহিবলে মন।
সেয়ে গাইছে –
"মনে কৰি আসাম যাবো"
বাংলাদেশৰ বিশ্ববিদ‍্যালয়ৰ শিক্ষাৰ্থীৰ কণ্ঠত ঝুমুইৰ সুৰীয়া এটি গীত

সামাজিক মাধ‍্যমত ভাইৰেল হোৱা এটা গীতৰ ভিডিঅ'ই অসমত লাভ কৰিছে জনপ্ৰিয়ত।

সংগীতক নতুন ধাৰালৈ নিয়াৰ এই প্ৰয়াসে চিন্তাৰ খোৰাক যোগাইছে বহুজনক। বিকল্প সংগীতৰ প্ৰয়োজনীয়াতা আহি পৰাৰ সময়ত বাংলাদেশৰ ভিডিঅ'টোৱে এক বিশেষ আদৰ লাভ কৰাৰ মূলতে অসমৰ সৈতে গীতটোৰ সমন্ধ। অসমৰ চাহ বাগিছাৰ কেঁচা পাতৰ সুগন্ধিৰে ভৰি আছে গীতটি।
ইতিমধ‍্যে ভাৰতৰ পশ্চিম বংগত এনে ব‍্যতিক্ৰমী সম্পৰীক্ষামূলক গীতৰ যথেষ্ট জনপ্ৰিয়তা থকাৰ বিপৰীতে চুবুৰীয়া অসমত ইয়াৰ প্ৰভাৱ আৰু চৰ্চা নাই বুলিবই পাৰি। মাজে-সময়ে চেগা-চোৰোকাকৈ প্ৰতিভাৱান নাট‍্যকৰ্মী হিমাংশু প্ৰসাদ দাসৰ দুই এটা গীতত ইয়াৰ প্ৰভাৱ দেখা যায়। এই প্ৰভাৱ হয়তো নাটকৰ লগত জড়িত কাৰণেহে পৰে। বাকী কেৱল গায়ক-গায়িকা ৰূপে প্ৰতিষ্ঠিত কাৰোৰে মুখত এনে গীত শুনা নাই বা ইচ্ছাও দেখা নাই।
কিন্তু বাংলাদেশৰ ব‍্যক্তিগত বিশ্ববিদ‍্যালয়বোৰৰ ছাত্ৰ মৰ্চা Private University Student Alliance of Bangladeshএ প্ৰচাৰ কৰা এই গীতটো "একতাৰা" নামৰ সংগীতৰ এটি দলৰ শিল্পীয়ে পৰিৱেশন কৰিছে। গীতটোত কণ্ঠ দান কৰিছে দীনা শ্বেইখ, বাদ‍্যযন্ত্ৰীসকল অমিত ৰাজবংশী, তন্বী, মেহতাব আজমইন। ড০ ভূপেন হাজৰিকাৰ সুৰাৰোপিত সংগীত পৰিচালকৰ চলচিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত 'চামেলী মেমচাহাবৰ "ফাকি দিয়া আনিল' আসাম" গীতটোৰ চাহ বাগিচাৰ প্ৰচলিত ভাষাৰ পৰিৱৰ্তন লক্ষ‍্য কৰিলেও সুৰৰ মাধুৰ্য‍্য অক্ষুণ্ণ আছে।
বিশ্ববিদ‍্যালয় এখনৰ মুকলি পৰিৱেশত অতি সাধাৰণভাৱে পৰিৱেশন কৰা চৰ্চিত গীতটোৰ বিষয়ে ড০ ভূপেন হাজৰিকাৰ গীতৰ প্ৰচাৰ, প্ৰসাৰ আৰু চৰ্চাত নিৰৱাচ্ছিন্নভাৱে সেৱা আগবঢ়াই থকা শিক্ষক নয়নজ‍্যোতি শইকীয়াই আমাৰ আগত নিজৰ মন্তব‍্য প্ৰকাশ কৰে।Conclusion:m1, 2, 3, 4 - the song
n, n1, n2, n3 - bites of nayanjyoti saikia
h - song of himangshu prasad dash
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.