- ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ৰায় নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতৰ(Nagaon District Judiciary)
- ড্ৰাগছ মাফিয়া হাবুল আলীক নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতে বিহিলে ২০বছৰৰ সশ্ৰম কাৰাদণ্ড(drug smuggler sentenced jailed for 20 years)
- 2020চনৰ 6 ডিচেম্বৰত 2কোটি 50লাখ টকাৰ ব্ৰাউন ছুগাৰসহ গ্ৰেপ্তাৰ হৈছিল হাবুল আলী
- বিশেষ NDPS আইনৰ 17/21 নম্বৰ গোচৰৰ অধীনত এই ৰায়দান আদালতৰ
- ২০বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে আদালতে বিহিলে 3লাখ টকাৰ জৰিমনা
- জাজৰিৰ OC পুলক কুমাৰৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে আটক কৰিছিল হাবুল আলীক
- 3 লাখ জৰিমনা আদায় নিদিলে খাটিব লাগিব আৰু অধিক 3বছৰৰ কাৰাবাস
Drugs smuggler sentenced jailed: ড্ৰাগছ ব্যৱসায়ীক 20বছৰৰ কাৰাদণ্ডৰ ৰায় নগাঁও আদালতৰ - Drugs smuggler sentenced jailed
ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ৰায় নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতৰ(Nagaon District Judiciary) ৷ ড্ৰাগছ মাফিয়া হাবুল আলীক নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতে বিহিলে ২০বছৰৰ সশ্ৰম কাৰাদণ্ড(drug smuggler sentenced jailed for 20 years) ৷ 2020চনৰ 6 ডিচেম্বৰত 2কোটি 50লাখ টকাৰ ব্ৰাউন ছুগাৰসহ গ্ৰেপ্তাৰ হৈছিল হাবুল আলী ৷ বিশেষ NDPS আইনৰ 17/21 নম্বৰ গোচৰৰ অধীনত এই ৰায়দান আদালতৰ ৷
ড্ৰাগছ ব্যৱসায়ীক 20বছৰৰ কাৰাদণ্ডৰ ৰায় নগাঁও আদালতৰ