নগাঁও,১ জুলাই : বিশিষ্ট চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ মূল্যবান সৃষ্টিৰাজী সংৰক্ষণৰ বাবে নগাঁৱত ডেৰ কোটি টকা ব্যয়েৰে এখন আৰ্ট গেলাৰী স্থাপন কৰা হ'ব। য'ত থাকিব বৰুৱাই অংকণ কৰা চিত্ৰ। লগতে বিজ্ঞানসন্মত ভাৱে নিৰ্মাণ কৰিবলৈ লোৱা এই আৰ্ট গেলেৰীত থাকিব প্ৰদৰ্শনীৰ সুবিধা।
নগাঁৱত ডেৰ কোটি টকা ব্যয়েৰে স্থাপন কৰা হ'ব আৰ্ট গেলেৰী - আৰ্ট গেলাৰী
প্ৰয়াত প্ৰণৱ বৰুৱাৰ কণ্যা লখিমী বৰুৱাই ব্যক্তিগত পুঁজিৰ ৩০ লাখ টকাৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা আৰ্ট গেলেৰী নিৰ্মাণৰ বাবে চৰকাৰী পুঁজিৰ পৰা ৫০ লাখ টকাৰ অনুদান দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে স্থানীয় বিধায়ক ৰূপক শৰ্মাই ।
নগাঁৱত ডেৰ কোটি টকা ব্যয়েৰে স্থাপন কৰা হ'ব আৰ্ট গেলেৰী
নগাঁও,১ জুলাই : বিশিষ্ট চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ মূল্যবান সৃষ্টিৰাজী সংৰক্ষণৰ বাবে নগাঁৱত ডেৰ কোটি টকা ব্যয়েৰে এখন আৰ্ট গেলাৰী স্থাপন কৰা হ'ব। য'ত থাকিব বৰুৱাই অংকণ কৰা চিত্ৰ। লগতে বিজ্ঞানসন্মত ভাৱে নিৰ্মাণ কৰিবলৈ লোৱা এই আৰ্ট গেলেৰীত থাকিব প্ৰদৰ্শনীৰ সুবিধা।
Intro: বিশিষ্ট চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ সৃষ্টিৰাজিক সংৰক্ষণৰ বাবে নগাঁৱত ডেৰ কোটি টকা ব্যয়েৰে স্থাপন হব আৰ্ট গেলাৰী।
Body:বিশিষ্ট চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ মূল্যৱান সৃষ্টিৰাজী সংৰক্ষণৰ বাবে নগাঁৱত ডেৰ কোটি টকা ব্যয়েৰে স্থাপন হব এখন আৰ্ট গেলাৰী। যত থাকিব বৰুৱাই অংকন কৰা চিত্ৰ। বিজ্ঞানসন্মত ভাৱে নিৰ্মাণ কৰিবলৈ লোৱা আৰ্ট গেলেৰীত থাকিব প্ৰদৰ্শনীৰ সুবিধা। প্ৰয়াত প্ৰণৱ বৰুৱাৰ কণ্যা লখিমী বৰুৱাই ব্যক্তিগত পুঁজিৰ ৩০ লাখ টকাৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰা আৰ্ট গেলেৰী নিৰ্মাণৰ ভাৱে চৰকাৰী পুঁজিৰ পৰা ৫০ লাখ টকাৰ অনুদান দিয়াৰ প্ৰতিশ্ৰুতি দিছে স্থানীয় বিধায়ক ৰূপক শৰ্মাই। পৰৱৰ্তী সময়ত শিল্পী প্ৰণৱ বৰুৱা কোলাক্ষেত্ৰ পৰিচালনা সমিতিৰ সহযোগ কৰিব নিৰ্মাণ কাৰ্য্যত। উল্লেখযোগ্য যে প্ৰণৱ বৰুৱাৰ মৃত্যুৰ পিছত ২০০২ চনতে গঠন হৈছিল প্ৰণৱ বৰুৱা কোলাক্ষেত্ৰ পৰিচালনা সমিতি। এই সমিতিয়ে ২০০২ চনৰ পৰাই শিল্পী প্ৰণৱ বৰুৱাৰ সৃষ্টিৰাজিক সংৰক্ষণৰ বাবে অব্যাহত ৰাখিছে প্ৰচেষ্টা। প্ৰণৱ বৰুৱা কোলাক্ষেত্ৰ পৰিচালনা সমিতি, চৰকাৰ আৰু পৰিয়ালৰ লোকৰ সহযোগত এতিয়া পূৰণ দিশত প্ৰয়াত শিল্পী প্ৰণৱ বৰুৱাৰ পত্নীৰ সপোন।
bite.
---------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১-৭-১৯
Conclusion: