ETV Bharat / state

কামপুৰত ট্ৰাক - টেম্প’ৰ মুখামুখি সংঘৰ্ষ - ambulance

উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ নিয়া হয় আহত লোকসকলক

কামপুৰত ট্ৰাক - টেম্প’ৰ মুখামুখি সংঘৰ্ষ
author img

By

Published : Jul 28, 2019, 2:52 PM IST

কামপুৰ, 28 জুলাই : কামপুৰৰ কঠালগুৰিত পথ দুৰ্ঘটনা । ট্ৰাক আৰু টেম্প’ৰ মুখামুখি সংঘৰ্ষত 9 জন গুৰুতৰ ভাবে আহত । ইফালে, 108 ক খবৰ দিয়াৰ পিছতো সময়ত এম্বুলেঞ্চ উপস্থিত নোহোৱাৰ অভিযোগ । স্থানীয় লোকৰ তৎপৰতাত দুৰ্ঘটনাত আহত হোৱা লোকসকলক ব্যক্তিগত গাড়ীৰে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ নিয়া হয় । দুৰ্ঘটনাত পতিত হোৱা ট্ৰাক খনৰ নম্বৰ AS03-C-9156 আৰু টেম্প’ খনৰ নম্বৰ AS02-AC-1203 ৷ পাচত কঠিয়াতলীৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত পতিত ট্ৰাক আৰু টেম্প’খন জব্দ কৰে ।

Intro:
কামপুৰ কঠিয়াতলী পথৰ কঠালগুৰিত পথ দুৰ্ঘটনা। ট্ৰাক আৰু টেম্পুৰ মাজত মুখামুখি সংৰ্ঘষ। ৯ জন গুৰুতৰ ভাবে আহত ।

কামপুৰ কঠিয়াতলী পথৰ কঠালগুৰিত পথ দুৰ্ঘটনা। ট্ৰাক আৰু টেম্পুৰ মাজত মুখামুখি সংৰ্ঘষ। দুৰ্ঘটনাত টেম্পু চালকৰ লগতে শিশু আৰু মহিলা সহ ৯ জনকৈ লোক গুৰুতৰ ভাৱে আহত হয় । স্থানীয়লোকে ১০৮ এম্বুলেঞ্চক খবৰ দিয়াৰ পিছতো সময়ত উপস্থিত নহ'ল এম্বুলেঞ্চ। এম্বুলেঞ্চ পলম কৈ উপস্থিত হোৱাত ক্ষোভিত হৈ পৰে স্থানীয় লোক। স্থানীয় লোকৰ তৎপৰতা দুৰ্ঘটনাত আহত হোৱা লোক সকলক ব্যক্তিগত গাড়ীৰে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ নিয়া হয়। দুৰ্ঘটনাত পতিত হোৱা ট্ৰাক খনৰ নম্বৰ AS03-C-9156 আৰু টেম্পু খনৰ নম্বৰ AS02-AC-1203 । বৰ্তমানে কঠিয়াতলীৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত পতিত ট্ৰাক আৰু টেম্পু খন জব্দ কৰে ।Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.