নগাওঁ,২৬ ফেব্ৰুৱাৰীঃ কাশ্মীৰৰ পুলৱামাত ভাৰতীয় জোৱানক পাকিস্তানী উগ্ৰপন্থীয়ে আক্ৰমণ কৰাৰ প্ৰতিশোধ হিচাপে ভাৰতীয় বায়ু সেনাই মঙলবাৰে পুৱা পাকিস্তানী উগ্ৰপন্থীৰ শিবিৰত কৰা আক্ৰমণক লৈ উৎফুল্লিত সমগ্ৰ দেশবাসী।
ভাৰতীয় বায়ু সেনাক ধন্যবাদ জ্ঞাপন কৰি পাকিস্তান জিন্দাবাদ কোৱাসকলক দেশদ্ৰোহী ঘোষণা কৰি হত্যা কৰিব লাগে বুলি মন্তব্য কৰে সংগঠনটোৰ সদস্য সকলে।