ETV Bharat / state

অভি-নীল হত্যাকাণ্ডৰ শুনানীঃ দুজনকৈ সাক্ষীক হস্তাইল ঘোষণা আদালতৰ - অভি-নীল হত্যাকাণ্ড

অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ শুনানী। দুজনকৈ সাক্ষীক হস্তাইল ঘোষণা আদালতৰ। দুয়োজন সাক্ষীয়েই সলনি কৰিছিল ভাষ্য ।

অভি-নীল হত্যাকাণ্ডৰ শুনানীঃ দুজনকৈ সাক্ষীক হস্তাইল ঘোষণা আদালতৰ
author img

By

Published : Jun 29, 2019, 8:26 PM IST

নগাঁও, 29 জুনঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে নগাওঁ আদালতত চলি থকা নীল অভি হত্যাকাণ্ডৰ গোচৰৰ শনিবাৰে শুনানী গ্ৰহণ কৰে আদালতে । নগাওঁ জিলা ও সত্ৰ ন্যায়াধীশ আদালতে শনিবাৰে গোচৰটোৰ দুজনকৈ সাক্ষীক হস্তাইল ঘোষণা কৰে । গোচৰটোৰ লগত জড়িত দুজনকৈ সাক্ষী ক্ৰমে নোমল বসুমতাৰী আৰু উজ্জ্বল মেচে পূৰ্বে আৰক্ষী আৰু আদালতত দিয়া ভাষ্যৰ বিপৰীত ভাষ্য প্ৰদান কৰিছে আদালতত । যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে আদালতে হস্তাইল ঘোষণা কৰে দুয়োজন সাক্ষীক।

অভি-নীল হত্যাকাণ্ডৰ শুনানীঃ দুজনকৈ সাক্ষীক হস্তাইল ঘোষণা আদালতৰ

দেশ কপোৱা নীল অভি হত্যাকাণ্ডৰ গোচৰৰ সাক্ষীয়ে ভাষ্য সলনি কৰা বিষয়টোক লৈ চিন্তিত নিলোৎপল দাস আৰু অভিজিৎ নাথৰ পৰিয়াল । তৃতীয় পক্ষৰ হেঁচাত ভাষ্য সলনি কৰাৰ সন্দেহ প্ৰকাশ কৰিছে নিলোৎপল অভিজিতৰ পিতৃয়ে ।

উল্লেখযোগ্য যে বিগত বৰ্ষৰ জুন মাহত কাৰ্বি আংলঙৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ যোৱা গুৱাহাটীৰ নিলোৎপল আৰু অভিজিতক মৰিয়াই মৰিয়াই অতি নৃশংস ভাৱে হত্যা কৰিছিল এদল পাষণ্ডই । গোচৰটো সন্ধৰ্ভত মুঠ ৪৭ জনকৈ অভিযুক্তক আৰক্ষীয়ে আটক কৰি প্ৰেৰণ কৰিছিল হাজো জেললৈ । অহা ১২ জুলাইত গোচৰটোৰ পুণৰ শুনানী গ্ৰহণ কৰিব নগাওঁ আদালতে।

Intro:নীল অভি হত্যাকাণ্ডৰ গোচৰৰ শুনানী। দুজনকৈ সাক্ষীক হস্তাইল ঘোষণা আদালতৰ। দয়োজন সাক্ষীয়েই সলনি কৰিছিল ভাষ্য।

Body:গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে নগাওঁ আদালতত চলি থকা নীল অভি হত্যাকাণ্ডৰ গোচৰৰ শনিবাৰে শুনানী গ্ৰহণ কৰে আদালতে। নগাওঁ জিলা ও সত্ৰ ন্যায়াধীশ আদালতে শনিবাৰে গোচৰটোৰ দুজনকৈ সাক্ষীক হস্তাইল ঘোষণা কৰে। গোচৰটোৰ দুজনকৈ সাক্ষী ক্ৰমে নোমল বসুমতাৰী আৰু উজ্জ্বল মেচে পূৰ্বে আৰক্ষী আৰু আদালতত দিয়া প্ৰথম ভাষ্যৰ বিপৰীত ভাষ্য প্ৰদান কৰিছে আদালতত। যাৰ পৰিপ্ৰেক্ষিতত আজি আদালতে হস্তাইল ঘোষণা কৰে দুয়োজন সাক্ষীক। দেশ কপোৱা নীল অভি হত্যাকাণ্ডৰ গোচৰৰ সাক্ষীয়ে ভাষ্য সলনি কৰা বিষয়টোক লৈ চিন্তিত নিলোৎপল দাস আৰু অভিজিৎ নাথৰ পৰিয়াল। তৃতীয় পক্ষৰ হেঁচাত ভাষ্য সলনি কৰাৰ সন্দেহ প্ৰকাশ কৰিছে নিলোৎপল অভিজিতৰ পিতৃয়ে। উল্লেখযোগ্য যে বিগত বৰ্ষৰ জুন মাহতে কাৰ্বি আংলংৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ যোৱা গুৱাহাটীৰ দুই চফল ডেকা নিলোৎপল আৰু অভিজিতক মৰিয়াই মৰিয়াই অতি নৃশংস ভাৱে হত্যা কৰিছিল এদল পাষণ্ডই। গোচৰটো সন্ধৰ্ভত মুঠ ৪৭ জনকৈ অভিযুক্তক আৰক্ষীয়ে আটক কৰি প্ৰেৰণ কৰিছিল জেল হাজোতলৈ। অহা ১২ জুলাইত গোচৰটোৰ পুনৰ শুনানী গ্ৰহণ কৰিব নগাওঁ আদালতে। bite. নীল, অভিৰ পিতৃ ------------------------------------------- ৰকিবুল ওৱাহিদ ,নগাওঁ ২৯-৬-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.