ETV Bharat / state

ৰণশিঙা : নগাঁৱত আছুৰ আহ্বানত ৰণশিঙা বজাই প্ৰতিবাদ - নগাঁৱত আছুৰ আহ্বানত ৰণশিঙা বজাই প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁৱত ছাত্ৰ সন্থাৰ ৰণশিঙা। দবা, তাল, নাগাৰা বজাই প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন সমৰ্থনকাৰীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা ছাত্ৰ সন্থাৰ। ৰাইজৰ পক্ষ লৈ CAA বিৰোধিতা কৰিবলৈ সৰ্বানন্দ সোণোৱালক আহ্বান নাৰী সমাজৰ।

নগাঁৱত আছুৰ আহ্বানত ৰণশিঙা বজাই প্ৰতিবাদ
নগাঁৱত আছুৰ আহ্বানত ৰণশিঙা বজাই প্ৰতিবাদ
author img

By

Published : Jan 9, 2020, 11:55 PM IST

নগাঁও, 9 জানুৱাৰী: বাজক দবা, বাজক শংখ, বাজক মৃদং খোল অসম আকৌ উন্নতিৰ পথত জয় আই অসম বোল.... অসম আৰু অসমীয়াৰ ভাষাৰ অস্তিত্বৰ হ'কে নগাঁৱোতো সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰণশিঙা বজাই প্ৰতিবাদ সাব্য৷স্ত কৰে প্ৰতিবাদী জনতাই ৷ নগাঁৱৰ ডিমৰুগুৰি আমতল বাকৰিত বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে নগাওঁ জিলা ছাত্ৰ সন্থাই। প্ৰতিবাদী কাৰ্যসূচীত CAA বিৰোধী আইনামৰ পৰিবেশন কৰে প্ৰতিবাদকাৰী মহিলাই ৷ এই প্ৰতিবাদত নাগৰিকত্ব সংশোধনী আইনৰ লগতে শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে প্ৰতিবাদকাৰী।

নগাঁৱত আছুৰ আহ্বানত ৰণশিঙা বজাই প্ৰতিবাদ
লগতে পঢ়ক: মোজাম্মিলৰ ৰক্তে পাই ভাষা জিলমিল..!

Intro:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁৱত ছাত্ৰ সন্থাৰ ৰণশিঙা। দবা, তাল, নাগাৰা বজাই প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন সমৰ্থনকাৰীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা ছাত্ৰ সন্থাৰ। ৰাইজৰ পক্ষ লৈ কা বিৰোধিতা কৰিবলৈ সৰ্বানন্দ সোণোৱালক আহ্বান নাৰী সমাজৰ।

Body:বাজিল শংখ । বাজিল দবা । হয় দবা, শংখ, নাগাৰা বজাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰণশিঙা নগাওঁ জিলা ছাত্ৰ সন্থাৰ। নগাঁৱৰ ডিমৰুগুৰি আমতল বাকৰিত বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে নগাওঁ জিলা ছাত্ৰ সন্থাই। প্ৰতিবাদী কাৰ্য্যসূচীত মহিলাই গালে কা বিৰোধী নাম। নাগৰিকত্ব সংশোধনী আইনৰ লগতে শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে প্ৰতিবাদকাৰী। দবা, শংখৰ লগতে ঢাক বজাই ৰণশিঙা কাৰ্য্যসূচী গ্ৰহণ কৰি কা সমৰ্থনকাৰীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা নগাওঁ জিলা ছাত্ৰ সন্থাৰ। নগাওঁ জিলা ছাত্ৰ সন্থাৰ স্পষ্ট মন্তব্য।
bite- অমৰজ্যোতি ফুকন , সম্পাদক নগাওঁ জিলা ছাত্ৰ সন্থা।

Conclusion:এই প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান নাৰী সমাজৰ। মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ নগাওঁ জিলাৰ উপদেষ্টা ৰিংকু দত্ত শইকীয়াৰ আহ্বান। এতিয়াও ৰাইজৰ পক্ষ লওক সৰ্বানন্দ সোণোৱালে। বিজেপি এৰিলে ৰাইজে মুখ্যমন্ত্ৰী পাতিব আপোনাক।
bite- ৰিংকুমণি দত্ত শইকীয়া।
----------------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৯-১-২০
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.