ETV Bharat / state

নগাঁৱত জাপানীজ এনচেফেলাইটিছ আক্ৰান্ত যুৱক - নগাঁও

নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন যুৱকজন ৷

নগাঁৱত জাপানীজ এনচেফেলাইটিছ আক্ৰান্ত যুৱক
author img

By

Published : Aug 24, 2019, 5:16 AM IST

ৰাজ্যত অব্যাহত আছে জাপানীজ এনচেফেলাইটিছৰ আতংক

নগাঁৱত জাপানীজ এনচেফেলাইটিছ আক্ৰান্ত এজন যুৱক

যুৱকজন নগাঁৱৰ চকলাঘাটৰ আকাশ বণিয়া

নগাঁৱত জাপানীজ এনচেফেলাইটিছ আক্ৰান্ত যুৱক

তিনিদিন ধৰি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন যুৱকজন

Intro:নগাঁৱত পুনৰ জাপানীজ এনকেফেলাইতিজত আক্ৰান্ত এজন।

Body:আজি পৰ্যন্ত নগাঁৱত বৃদ্ধি পাই আছে জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্তৰ সংখ্যা। পুনৰ জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত আৰু এজন যুৱক। নগাঁৱৰ চকলাঘাটৰ আকাশ বণিয়া নামৰ এজন যুৱক আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিজ ৰোগত। বিগত তিনি দিন ধৰি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন যুৱকজনৰ শৰীৰত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিজ ৰোগৰ বীজাণু স্পষ্ট হয়। সম্প্ৰতি নগাঁৱৰ এইখন চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে।
bite- পিতৃ
---------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৩-৮-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.