নগাঁও, 27 ডিচেম্বৰঃ 30 ডিচেম্বৰত নাই কোনো অসম বন্ধ ৷ কৃষক শ্ৰমিক উন্নয়ন পৰিষদে জনাইছিল বন্ধৰ আহ্বান ৷ বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ পৰীক্ষাৰ লগতে মৰিগাঁৱত অনুষ্ঠিত হ’বলগীয়া গণ সমাবেশৰ প্ৰতি সমৰ্থন জনাই বন্ধ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ লগতে অন্যান্য সংগঠনে ৷
30 ডিচেম্বৰৰ অসম বন্ধ প্ৰত্যাহাৰ - 30 December Assam Bandh news
বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ পৰীক্ষাৰ লগতে মৰিগাঁৱত অনুষ্ঠিত হ’বলগীয়া গণ সমাবেশৰ প্ৰতি সমৰ্থন জনাই অসম বন্ধ প্ৰত্যাহৰৰ সিদ্ধান্ত কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ লগতে অন্যান্য সংগঠনৰ ৷

প্ৰত্যাহাৰ 30 ডিচেম্বৰৰ অসম বন্ধ
নগাঁও, 27 ডিচেম্বৰঃ 30 ডিচেম্বৰত নাই কোনো অসম বন্ধ ৷ কৃষক শ্ৰমিক উন্নয়ন পৰিষদে জনাইছিল বন্ধৰ আহ্বান ৷ বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ পৰীক্ষাৰ লগতে মৰিগাঁৱত অনুষ্ঠিত হ’বলগীয়া গণ সমাবেশৰ প্ৰতি সমৰ্থন জনাই বন্ধ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ লগতে অন্যান্য সংগঠনে ৷
Intro:Breaking Body:30 ডিচেম্বৰত নাই কোনো অসম বন্ধ। কৃষক শ্ৰমিক উন্নয়ন পৰিষদে জনাইছিল বন্ধৰ আহ্বান। বিশ্ব বিদ্যালয়, মহাবিদ্যালয়ৰ পৰীক্ষা, মৰিগাঁৱত অনুষ্ঠিত হবলগীয়া ছাত্ৰ সন্থাৰ গণ সমাবেশৰ প্ৰতি সমৰ্থন জনাই বন্ধ প্ৰত্যাহাৰ কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ লগতে অন্যান্য সংগঠনে। Conclusion: