ETV Bharat / state

প্ৰয়াত তৰুণ গগৈৰ আত্মাৰ শান্তি কামনাৰে লাহৰীঘাটত বন্তি প্ৰজ্বলন - লাহৰীঘাটত বন্তি প্ৰজ্বলন

শনিবাৰে সন্ধিয়া আয়োজন কৰা কাৰ্যসূচীত লাহৰীঘাট সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী ডাক্তৰ নজৰুল ইছলাম উপস্থিত থাকে ।

প্ৰয়াত তৰুণ গগৈৰ আত্মাৰ শান্তি কামনাৰে লাহৰীঘাটত বন্তি প্ৰজ্বলন

author img

By

Published : Nov 28, 2020, 10:31 PM IST

মৰিগাঁও,28 নৱেম্বৰঃ ভূতপূৰ্ব মুখ্যমন্ত্ৰী প্ৰয়াত তৰুন গগৈৰ আত্মাৰ শান্তি আৰু সদগতি কামনাৰ্থে লাহৰীঘাট সমষ্টিৰ এনএছইউ আইৰ উদ্যোগত বন্তি প্ৰজ্বলনৰ অনুস্থিত হৈ যায়। শনিবাৰে সন্ধিয়া আয়োজন কৰা কাৰ্যসূচীত লাহৰীঘাট সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী ডাক্তৰ নজৰুল ইছলাম উপস্থিত থাকে ।

প্ৰাক্তন মন্ত্ৰী ডাক্তৰ নজৰুল ইছলামে বন্তি প্ৰজ্বলন কৰি সাংবাদিকৰ আগত কয়, প্ৰয়াত ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসমত 15 বছৰত যিমান খিনি উন্নয়ন কৰিছিল সিমান খিনি উন্নয়ন 50 বছৰতো নহয় । প্ৰাক্তন মন্ত্ৰী ডাক্তৰ নজৰুল ইছলামে আৰু কয়, তৰুণ গগৈয়ে মোক নিজৰ ভাইটিৰ নিচিনা মৰম কৰিছিল ৷

লগতে পঢ়কঃ লিংগ সমতা স্থাপনত অভিলেখ অৰুণাচল প্ৰদেশৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.