ETV Bharat / state

ৰাজ্যত বহিঃৰাজ্যৰ চোৰৰ সন্ত্ৰাস

সম্প্ৰতি ৰাজ্যত বৃদ্ধি পাইছে বহিঃৰাজ্যৰ চোৰৰ উপদ্ৰৱ । এগৰাকী মহিলাৰ ৩৫০০০ টকা আৰু যাৱতীয় নথিপত্ৰ থকা বেগটো থপিয়াই নিয়া চোৰকেইটাই ৰাস্তা চিনি নোপোৱাৰ ফলত জালত পৰিব লগা হয় । এই চোৰ দুটা উৰিষ্যাৰ জৰ্জপুৰৰ অৰ্জুন প্ৰধানী আৰু ভাউলা প্ৰধানী বুলি জানিব পৰা হৈছে ।

THIEVES FROM ODISHA ARRESTED
author img

By

Published : Apr 30, 2019, 5:21 PM IST

মৰিগাঁও, ৩০ এপ্ৰিল: ৰাজ্যৰ চোকে - কোণে এইবাৰ বহিঃৰাজ্যৰ পৰা অহা চোৰে সন্ত্ৰাস চলাইছে । মঙলবাৰে মৰিগাঁৱত উৰিষ্যাৰ দুই চোৰ আটকাধীন হোৱাৰ পাছতে পোহৰলৈ আহে এই তথ্য । মৰিগাঁও চহৰৰ এগৰাকী মহিলাৰ ৩৫০০০ টকা আৰু যাৱতীয় নথিপত্ৰ থকা বেগটো থপিয়াই নিয়া চোৰকেইটাই ৰাস্তা চিনি নোপোৱাৰ ফলত জালত পৰিব লগা হয় । এই চোৰ দুটা ওড়িশ্যাৰ জৰ্জপুৰৰ অৰ্জুন প্ৰধানী আৰু ভাউলা প্ৰধানী বুলি জানিব পৰা হৈছে ।

THIEVES FROM ODISHA ARRESTED

ওড়িশ্যাৰ পৰা আহি অসমৰ বিভিন্ন ঠাইত দুষ্কাৰ্য সংঘটিত কৰিছে এনে বহু দূৰ্বৃত্তৰ দলে । উল্লেখযোগ্য যে, চলিত মাহৰে ৯ এপ্ৰিলৰ দিনাও মৰিগাঁও চহৰৰ বেংকৰ পৰা এজন শিক্ষকৰ দুইলাখ টকা লৈ উধাও হৈছিল চোৰে । সেই ঘটনাতো এই দুটা চোৰেই জড়িত থকাৰ সন্দেহ কৰা হৈছে । সম্প্ৰতি মৰিগাঁও আৰক্ষী থানাৰ ৰঙাঘৰৰ আলহী এই চোৰ দুটা ।

Slug-as-mrg-30thapril-Odisha thief gang-808-vis-byte-ratul Deka 

Anchorintro: সাৱধান এই ৰাজ্যৰ অলি গলিয়ে পিত পিতাই ফুৰিছে উৰিষ্যাৰ চিলনী চোৰৰ দলে। মংগল বাৰে মৰিগাঁৱত উৰিষ্যাৰ দুই চিলনী চোৰ আটকাধীন হোৱাৰ পাছতে পোহৰলৈ আহিছে এই খবৰ।
VO:  সাৱধান! সাবধান!বহিঃৰাজ্যৰ চিলনী চোৰৰ চিকাৰ হবপাৰে আপুনি । চিকাৰী চিলনী চোৰ স্বয়ং নিজেই হল চিকাৰ। অপৰিচিতি ৰাস্তাৰ  বাবে কৰায়ত্ব হল দুই চিলনীচোৰ।এতিয়া মন কৰক এইদুজনলৈ। এইদুটা বহিঃৰাজ্যৰ চিলনী চোৰৰ ।চিলনী চোৰৰ মংঙলবাৰে দিন দশা  বেয়া আছিল । সেয়েহে মৰিগাঁও চহৰৰ পৰা এইগৰাকী মহিলাৰ পৰা ৩৫০০০/টকা সহ যাবতীয় নথিপত্ৰ থকা বেগটো থপিয়াই এইখন বাইকেৰে পলায়ন কৰে।পিছে ৰাস্তাৰ চিনি নোপোৱা ফলত ফান্দত পৰিল দুই বহিঃৰাজ্যৰ চিলনী চোৰ। ফলত ৰাইজৰ লপা থপা চিলনী চোৰক।চাওক লেকেচিয়াই  লেকেচীয়াই খোজকাঢ়ি লগা হৈছে  চুৰি বপুৰাৰ। ইয়াকো  কয় বোলে এশগৰু মাৰিলে বাঘৰো মৰণ।জানিব পৰা মতে  এই চিলনী চোৰৰ দুটাৰ ঘৰ উৰিষ্যাৰ জৰ্জপুৰৰ। এটাৰ নাম অৰ্জুন প্ৰধানী আনটোৰ নাম ভাউলা প্ৰধানী। উৰিষ্যাৰ পৰা  বাইকেৰে  আহি  ৰাজ্যৰ বিভিন্ন ঠাইত সংঘটিত কৰিছে এনে দুষ্কাৰ্য। 
Byte:women
         হয় ঠিকেই শুনিছে আপুনি ।ভবিষ্যতে যাতে আৰু চোৰ কৰিব নোৱাৰে তাৰ বাবে ভোক্তভোগী মহিলাই হাত ভৰি কাটিব ।
        উল্লেখযোগ্য যে সন্দেহ কৰা হৈছে যে এই দুটা চিলনী  চোৰে  চলিত মাহৰ ন তাৰিখত মৰিগাঁও চহৰত বেংকৰ পৰা এজন  শিক্ষকৰ  পৰা দুইলাখ টকা  লৈ  উধাও হৈছিল ।byte:teacher.
       সম্প্ৰতি মৰিগাঁও আৰক্ষী থানাৰ ৰঙাঘৰৰ আলহী ।ইয়াকে কয় বোলে এশগৰু মাৰিলে বাঘৰো মৰণ ।গতিকে আপুনি ও হওক সাবধান ।

Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.