ETV Bharat / state

ভূৰাগাঁৱৰ গৰাখহনীয়াগ্ৰস্তৰ কাষত ৰূপক শৰ্মা

ৰূপক শৰ্মাই গৰাখহনীয়াগ্ৰস্ত লোকসকলৰ সৈতে মত-বিনিময় কৰি অতি শীঘ্ৰে এই সমস্যাৰ সমাধান উলিয়াব বুলি কয় ৷

author img

By

Published : Jun 10, 2019, 9:17 PM IST

ভূৰাগাঁৱৰ গৰাখহনীয়াগ্ৰস্তসকলৰ কাষত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা

মৰিগাঁও, 10 জুনঃ সোমবাৰে ৮১নং লাহৰীঘাট সমষ্টিত উপস্থিত হ'ল নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা ১০ নং নগাঁও লোকসভাৰ বিজেপিৰ সাংসদ পদৰ পৰাজিত প্ৰাৰ্থী ৰূপক শৰ্মা ৷ ভূৰাগাঁৱত উপস্থিত হৈ দলীয় কৰ্মী সকলৰ লগত দীঘলীয়া আলোচনা কৰাৰ লগতে প্ৰাৰ্থীৰাকীয়ে ভূৰাগাঁৱৰ বাৰুকাটাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ বিধ্বংসী অঞ্চল পৰিদৰ্শন কৰে ।

ভূৰাগাঁৱৰ গৰাখহনীয়াগ্ৰস্তসকলৰ কাষত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা

ৰূপক শৰ্মাই গৰাখহনীয়াগ্ৰস্ত লোকসকলৰ সৈতে মত-বিনিময় কৰি অতি শীঘ্ৰে এই সমস্যাৰ সমাধান উলিয়াব বুলি কয় ৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে লাহৰীঘাট সমষ্টিৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিব বুলি খহনীয়াগ্ৰস্ত লোকসকলক আশ্বাস দি ৰূপক শৰ্মাই লাহৰীঘাটৰ জ্বলন্ত সমস্যা সমাধান কৰাৰ বাবে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতো আলোচনা কৰিব বুলি উল্লেখ কৰে ৷

slug-as-mrg-10thjune-Rupak Sarma Visit-804-vis-byte-as10005

Anchorintro: নগাঁৱৰ বিধায়ক  তথা দহ নং লোকসভাৰ সমষ্টি  বিজেপিৰ পৰাজিত প্ৰাৰ্থী ৰূপক শৰ্মাৰ ভূৰাগাঁৱৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি আশ্বাস খহনীয়া স্হায়ী সমাধানৰ।

V.O: নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা ১০নং নগাঁও লোকসভাৰ বিজেপিৰ সাংসদ প্ৰাৰ্থী ৰূপক শৰ্মা আজি ৮১নং লাহৰীঘাট সমষ্টিত উপস্হিত হয়।অতি ভোটত পৰাজিত হোৱাৰ পিছত আজি ৰূপক শৰ্মা ভূৰাগাঁৱত উপস্হিত হৈ দলীয় কৰ্মী সকলৰ লগত মত বিনিময় কৰে।ভূৰাগাওঁ পৰিদৰ্শন বঙলাত উপস্হিত হৈ দলীয় কৰ্মী সকলৰ লগত দীঘলীয়া আলোচনাত মিলিত হৈ সদ্যসমামপ্ত  লোকসভাৰ নিৰ্বাচনৰ সহায় সহযোগিতাৰ বাবে দলীয় সকলো শ্ৰেণীৰ কৰ্ম কৰ্তাক ধন্যবাদ জনাই । ইয়াৰ পিছত ভূৰাগাঁৱৰ বাৰু কাটাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই বিধ্বংসী ৰূপধাৰণ কৰা অঞ্চল পৰিদৰ্শন কৰে। শৰ্মাই খহনীয়াগ্ৰস্ত লোক সকলৰ লগত মত বিনিময় কৰে। সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে লাহৰীঘাট সমষ্টিৰ জ্বলন্ত সমস্যা গৰাখহনীয়া প্ৰতিৰোধ কৰিব বুলি খহনীয়াগ্ৰস্ত লোকসকলক আশ্বাস দিয়ে।লাহৰীঘাটৰ জ্বলন্ত সমস্যা সমাধান কৰাৰ বাবে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগত আলোচনা কৰিব বুলি খহনীয়াগ্ৰস্ত লোকসকলক আশ্বাস দিয়ে।

Byte: বিধায়ক ৰূপক শৰ্মা

Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.