ETV Bharat / state

মৰিগাঁৱত মেজিক দুৰ্ঘটনাগ্ৰস্ত

যাত্ৰীবাহী মেজিক পুখুৰীত সোমাই আহত 14 জনকৈ যাত্ৰী

মৰিগাঁৱত মেজিক দুৰ্ঘটনাগ্ৰস্থ
author img

By

Published : May 27, 2019, 6:36 PM IST

মৰিগাঁও,27 মেঃ মৰিগাঁৱৰ বৈদ্যবৰিত পথ দুৰ্ঘটনা ৷ মৰিগাঁও নগৰৰ পৰা ভুৰাগাঁও অভিমুখী 'যাত্ৰা' নামৰ যাত্ৰীবাহী মেজিকখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল পুখুৰীত ৷ কথমপি প্ৰাণ ৰক্ষা পৰে মেজিকখনত থকা 14 জনকৈ যাত্ৰীৰ ৷

মৰিগাঁৱত মেজিক দুৰ্ঘটনাগ্ৰস্থ

ইয়াৰে 4 জন যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷ আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় মৰিগাঁও অসামৰিক চিকিৎসালয়ত ৷

Slug-as-mrg-27thmay-Accident-808-vis-byte-as10005

Anchor:মৰিগাঁৱত পথ দূৰ্ঘটনা।যাত্ৰী বাহী মেজিক সোমাল  পুখুৰীত। ১৪ জন যাত্ৰী আহত।

VO: মৰিগাঁৱৰ বৈদ্যবৰিত ভয়ংকৰ পথ দূৰ্ঘটনা ৷ মৰিগাঁও নগৰৰ পৰা ভূৰাগাঁও অভিমুখী যাত্ৰা নামৰ  যাত্ৰীবাহী মেজিক গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই এটা  পুখুৰীত বাগৰি পৰে  ৷ গাড়ীখনত থকা ১৪ জন যাত্ৰী  কথমপি প্ৰাণৰক্ষা পৰে ৷ ইয়াৰে ৪জন গুৰুত্ব ভাৱে আহত হয়৷ আহত সকলক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে ৷byte:public 

Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.