ETV Bharat / state

দমাল-মৰিগাঁও সংযোগী পথ নিৰ্মাণ কাম আৰম্ভ - গড়কাপ্তানি বিভাগ

দমাল - মৰিগাঁও সংযোগী নিৰ্মাণৰ কাম আৰম্ভ ৷ ই টি ভিৰ বাতৰিৰ পাছতেই তৎপৰ হ’ল মৰিগাঁও জিলা গড়কাপ্তানি বিভাগ

দমাল - মৰিগাঁও সংযোগী পথ নিৰ্মাণৰ কাম আৰম্ভ
author img

By

Published : Aug 16, 2019, 11:36 PM IST

মৰিগাঁও, 16 আগষ্ট : ই টি ভি বাতৰিৰ পাছতেই তৎপৰ হ’ল মৰিগাঁও জিলা গড়কাপ্তানি বিভাগৰ আমোলা ঠিকাদাৰ । দমাল-মৰিগাঁও সংযোগী পথছোৱাৰ নিৰ্মাণৰ দায়িত্ব দিয়া হ’ল ঠিকাদাৰক ৷ ই টি ভিত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতেই তৎপৰ গড়কাপ্তানি বিভাগ ৷ পথৰ দুৰৱস্থাৰ বাবে মৰিগাঁৱৰ দমাল - মৰিগাঁও সংযোগী পথছোৱাত চলাচল কৰিব নোৱাৰে যান বাহন ৷ এই বাতৰি সম্প্ৰচাৰ হৈছিল কেৱল ই টি ভি ভাৰতত । ইয়াৰ পাচতেই তৎপৰ হৈ এজন ঠিকাদাৰক এই ব্যস্ত পথছোৱাৰ নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰে মৰিগাঁও গড়কাপ্তানি বিভাগে ৷ এতিয়া ক্ষীপ্ৰতাৰে চলিছে পথ নিৰ্মাণৰ কাম ৷

Intro:ইটিভি বাতৰিৰ পাছতেই তৎপৰ হল মৰিগাঁও জিলা গড়কাপ্তানি বিভাগৰ আমোলা ঠিকাদাৰ। একমাত্ৰ ইটিভি বাতৰিয়ে গা লৰালে মৰিগাঁও ঠিকাদাৰ বিষয়াৰ।

Body: যিখিনি সময়ত ৰাজ্যৰ গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল ৰাজ্যৰ কোনো পথত থাকিব নোৱাৰিব গাত। পিছে তেনে সময়তে মৰিগাঁৱৰ দমাল মৰিগাঁও সংযোগী পথছোৱাত চলাচল কৰিব নোৱাৰে দুচকীয়া, চাৰিচকীয়া যানবাহন। মৰিগাঁও দমাল সংযোগী দৈনিক শ শ ছাত্ৰ ছাত্ৰীৰ সমান্তৰালভাৱে সৰ্বসাধাৰণ ৰাইজ যাতায়তৰ নামত ভোগীছিল যমৰ যাতনা।পথৰ মাজত কেৱল সাত শ মিটাৰ পথৰ বাবেই হাৰাশাস্তিৰ সন্মুখীন বৃহত্তৰ দক্ষিণ মৰিগাঁও ৰাইজ। এই বাতৰি সম্প্ৰচাৰ হৈছিল কেৱল ইটিভি ভাৰতত। ইয়াৰ পাছতেই তৎপৰ হৈ নগাঁৱস্হ এজন ঠিকাদাৰক এই ব্যস্ত পথছোৱাৰ নিৰ্মাণৰ দায়িত্ব অৰ্পণ মৰিগাঁও গড়কাপ্তানি গ্ৰাম্য বিভাগৰ। উল্লেখযোগ্য যে ইয়াৰ পাছতেই তৎপৰতাৰে শ্ৰমিক লগাই পথছোৱাৰ উন্নীতকৰণত মনোনিবেশ বিভাগীয় কৰ্তৃপক্ষৰ তথা বিভাগীয় ঠিকাদাৰৰ।byte: labour

Conclusion:ratul deka etv Bharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.