ETV Bharat / state

মাহ মাহ ধৰি অসম্পূৰ্ণ পথ : জীয়াতু ভোগিছে ৰাইজে

মৰিগাঁৱত অনুষ্ঠিত হোৱা শংকৰদেৱ সংঘৰ অধিবেশনৰ পূৰ্বে পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি জনোৱা হৈছিল যদিও আজিও সম্পূৰ্ণ নহ'ল পথছোৱা ৷ মৰিগাঁও-দমাল সংযোগী মূল পথছোৱাৰ এই অৱস্থাত অতিষ্ঠ হৈ পৰিছে পথটোৰে অহা যোৱা কৰা জনসাধাৰণ ৷

জীয়াতু ভোগিছে ৰাইজে
author img

By

Published : Apr 27, 2019, 8:57 PM IST

মৰিগাঁও, 27 এপ্ৰিল : যাতায়তৰ উন্নয়নৰ নামত মৰিগাঁও জিলা গ্ৰাম্য গড়কাপ্তানি বিভাগৰ পথে জীয়াতু ভোগাইছে মৰিগাঁওবাসীক। মাহ মাহ ধৰি আধৰুৱা মৰিগাঁও-দমাল গড়কাপ্তানি পথ। মৰিগাঁও-দমাল সংযোগী মূল পথছোৱাৰ দুৰাৱস্থাত অতিষ্ঠ হৈ পৰিছে পথটোৰে অহা যোৱা কৰা জনসাধাৰণ ৷

যাতায়তৰ উন্নয়নৰ নামত মৰিগাঁও জিলা গ্ৰাম্য গড়কাপ্তানি বিভাগৰ পথে জীয়াতু ভোগাইছে মৰিগাঁওবাসীক

উত্থাপিত অভিযোগ মতে মৰিগাঁও দমাল সংযোগী পথছোৱাৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল মৰিগাঁৱৰ জনৈক বৰা উপাধিৰ এজন লোকে । কেইবাবছৰ ধৰি পথ আৰু দমালৰ দলং আধৰুৱা হৈ থকাত পথটোৰ নিৰ্মাণৰ কাম জানুৱাৰী মাহত হস্তান্তৰ কৰিছিল নগাঁৱৰ এটা নিৰ্মাণ প্ৰতিষ্ঠানক। নগাঁৱৰ ঠিকাদাৰ গৰাকীয়ে বিগত জানুৱাৰী মাহতে কাম আৰম্ভ কৰি বৰ্তমানেও আধৰুৱা কৰি ৰাখিছে পথটো । পথটোৰ দুৰৱস্থাত পথটোৰে অহাযোৱা কৰা সকলো ৰাইজ খৰ্গহস্ত হৈ পৰিছে পৰিৱৰ্তনকামী সোণোৱাল চৰকাৰৰ বিৰুদ্ধে। আনহাতে স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি মৰিগাঁৱত অনুষ্ঠিত হোৱা শংকৰদেৱ সংঘৰ অধিবেশনৰ পূৰ্বে পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি জনোৱা হৈছিল যদিও আজিও সম্পূৰ্ণ নহ'ল পথছোৱা ৷

Intro: উন্নত যাতায়তৰ নামত মৰিগাঁও জিলা গ্ৰাম্য গড়কাপ্তানি বিভাগৰ পথে জীয়াতু ভোগাইছে মৰিগাঁও বাসীক।ছমাহ মাহধৰি আধৰুৱা মৰিগাঁও-দমাল গড়কাপ্তানি পথ।এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক প্ৰতিবেদন।

Body:সলনি হল চৰকাৰ। সলনি হল ঠিকাদাৰ।পিছে ছমাহৰ পাছতো সলনি নহল মৰিগাঁও-দমাল সংযোগী পথছোৱা।ইটিভি ভাৰতৰ দৰ্শকসকলক কব বিচাৰিছো মৰিগাঁও দমাল সংযোগী সদাব্যস্ত পথ ছোৱাৰ বিষয়ে। ইটিভি ৰ স্ক্ৰীণত দেখা এইপথছোৱালৈ মন কৰক। সঘন যানবাহনৰ চলাচল। এইপথেৰে দৈনিক হাজাৰ যানবাহন তথা হাজাৰ বিজাৰ লোকে আহা যোৱা কৰে। বিশেষকৈ দক্ষিণ মৰিগাঁও বাসীৰ বাবে মৰিগাঁও চহৰৰলৈ অহা যোৱা কৰা এইটো ঘাই পথ। পিছে চাওক কেনেদৰে ধূলিয়ৰি হৈছে। দুচকীয়া,চাৰিচকীয়া বাহনৰ সঘন আহযাহৰ বাবে চাইকেল আৰোহী লোক তথা ছাত্ৰ ছাত্ৰী ৰ অৱস্হা কাঢ়িল হৈ পৰে। আনকি চাৰিচকীয়া বাহন চালক তথা আৰোহীসকলো জৰাৰজীৰ্ণ পথছোৱাক লৈ অতিষ্ঠ।byte: owner. driver,employee উত্থাপিত অভিযোগ মতে মৰিগাঁও দমাল সংযোগী পথছোৱাৰ নিৰ্মাণৰ ঠিকা লাভকৰিছিল মৰিগাঁও জনৈক বৰা উপাধিৰ ঠিকাদাৰে। কেইবাবছৰ ধৰি পথ আৰু দমালৰ দলং আধৰুৱা কৰি ৰখোৱাত ঠিকা যোৱা জানুৱাৰী মাহত হস্তান্তৰ কৰিছিল নগাঁৱৰ এটা নিৰ্মাণ প্ৰতিষ্ঠানক। পিছে কথাতে কয় নহয় কাক নো বুলিবা ককা আটায়ে দাঢ়ি চুলি পকা। নগাঁৱৰ ঠিকাদাৰ গৰাকীয়ে ও বিগত জানুৱাৰী মাহতে কাম আৰম্ভ কৰি এনেদৰেই আধৰুৱা কৰি ৰাখিছে।পৰিপ্ৰেক্ষিতত এইপথেৰে আহাযোৱা কৰা সকলো ৰাইজ খড়গহস্ত পৰিৱৰ্তন কামী সোণোৱাল চৰকাৰৰ বিৰুদ্ধে।byte:public,1,2 হয় ।ঠিকেই শুনিছে। ঠিকেই দেখিছে আপুনি। ৰাজ্যৰ গড়কাপ্তানি মন্ত্ৰী তথা অসম চৰকাৰৰ প্ৰভাৱ শালী মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ২৫০০০কিলো মিটাৰ ফথ পকীকৰণ খৰা হৈছে বুলি ফিতাহি মাৰি ফুৰাৰ সময়তে মৰিগাঁও দমালৰ এই আধৰুৱা পথছোৱাই দাঙি ধৰিছে সোণোৱাল চৰকাৰৰ মিথ্যাতা।

Conclusion:ratul deka.etvbharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.