ETV Bharat / state

মৰিগাঁৱত সন্ধানহীন এজন ছাত্ৰ

author img

By

Published : Nov 7, 2020, 10:42 PM IST

বিগত 29 অক্টোবৰৰ পুৱাৰ ভাগৰ পৰা নিৰুদ্দেশ হৈছে মৰিগাঁৱৰ কৌস্তভ কুমাৰ নাথ নামৰ ছাত্ৰজন ৷ কৌস্তভৰ সম্ভেদ লাভ কৰিলে আৰক্ষীক জনাবলৈ কাতৰ আহ্বান ছাত্ৰজনৰ পৰিয়ালৰ ৷

Morigaon student missing
মৰিগাঁৱত সন্ধানহীন এজন ছাত্ৰ

মৰিগাঁও,7 নৱেম্বৰ : মৰিগাঁৱত বিগত 29 অক্টোবৰৰ পুৱাৰ ভাগৰ পৰা নিৰুদ্দেশ হৈছে কৌস্তভ কুমাৰ নাথ নামৰ এজন ছাত্ৰ ৷ পৰিয়াল আৰু আৰক্ষীয়ে জনোৱা মতে,জিলাখনৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত ন তৰাবড়ী গাঁৱৰ পৰা নিৰুদ্দেশ হৈ আছে ছাত্ৰজন । আত্মীয়-স্বজনে সকলোতে বিচাৰ কৰিছে যদিও কোনো শুংসূত্ৰ লাভ কৰা নাই কৌস্তভৰ ৷

Morigaon student missing
মৰিগাঁৱত সন্ধানহীন এজন ছাত্ৰ

পুত্ৰ সন্ধানহীন হোৱাৰ পাচত দুখত ভাগি পৰা মাতৃ তথা পৰিয়াল কৌস্তভৰ সম্ভেদ লাভ কৰিলে আৰক্ষীক জনাবলৈ কাতৰ আহ্বান জনায় ৷

লগতে পঢ়ক : পুৰণিগুদামত অবিনশ্বৰ গোষ্ঠীৰ নাট সমাৰোহ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.