ETV Bharat / state

মৰিগাঁৱত মৰাপাট খেতিয়কক দলবদ্ধ আক্ৰমণ

author img

By

Published : Aug 19, 2019, 5:15 PM IST

মৰাপাটতলীত জাল পাতিবলৈ অনুমতি নিদিয়াৰ বাবে সংঘটিত হ'ল এই কাণ্ড ৷ চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে আহত দ্বীপেন ডেকা নামৰ মৰাপাট কৃষকজনে ৷

মৰিগাঁৱত মৰাপাট খেতিয়কক দলবদ্ধ আক্ৰমণ

মৰিগাঁও, 19 আগষ্ট: মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ভূঞাগুৰি গাঁৱত এজন মৰাপাট কৃষকৰ লগত সংঘটিত হৈছে এক দলবদ্ধ আক্ৰমণৰ ঘটনা ৷ ঘটনা অনুসৰি শনিবাৰে বিয়লি ভূঞাগাঁৱৰ মৰাপাঠ খেতিয়ক দ্বীপেন ডেকাক তেওৰ মৰাপাটতলীত গোপনে জাল পাতিবলৈ অহা চুবুৰীয়া আহতগুৰি গাঁৱৰ একাংশ দুষ্কৃতিকাৰীয়ে লাঠি-জোং লৈ দৌৰাই দৌৰাই উপৰ্যপুৰি প্ৰহাৰ কৰে ৷ যুৱক জনৰ চিঞৰ বাখৰ শুনি তেওক প্ৰহাৰৰ পৰা ৰক্ষা কৰিবলৈ আহে যদিও তেতিয়ালৈ দুষ্কৃতিকাৰী সকলে পলায়ন কৰে ৷ পাছত দেহৰ বিভিন্ন অংগত বেয়া কৈ আঘাত প্ৰাপ্ত দ্বীপেন ডেকাক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা যদিও গুৰুতৰ জখমৰ বাবে উন্নত চিকিৎসাৰ বাবে চিকিৎসকে তেওক গুৱাহাটীলৈ প্ৰেৰণ কৰে ।

মৰিগাঁৱত মৰাপাট খেতিয়কক দলবদ্ধ আক্ৰমণ

সম্প্ৰতি গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্চিংহোমত মৃত্যুৰ সৈতে যুঁজ দি আছে আহত দ্বীপেনে। ঘটনা সন্দৰ্ভত দ্বীপেন ডেকাৰ পিতৃয়ে মৰিগাঁও আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে ।

Intro:মৰিগাঁৱত মৰাপাট তলীত জালপাতিব নিদিয়াৰ আখেজত যুৱকক দলবদ্ধ আক্ৰমণ একাংশ দুষ্কৃতিকাৰী ।মৃত্যুৰে সৈতে যুঁজি আছে আহত দ্বীপেন ডেকা নামৰ মৰাপাট কৃষক।এই সন্দৰ্ভত ইটিভি ভাৰত অসমৰ এক প্ৰতিবেদন। Body:Slug-morigaon-gang atract-805-vis-img-byte-as10005

Anchorintro:মৰিগাঁৱত মৰাপাটতলীত জাল পাতিব নিদিয়াৰ বাবেই দলবদ্ধ আক্ৰমণৰ বলি হ'ল এজন যুৱক। সংকটজনক অৱস্থাত মৃত্যুৰে যুজি আছে দ্বীপেন ডেকা।
VO:মৰিগাঁৱত যুৱকক দলবদ্ধ আক্ৰমণ।ঘটনাৰ বিৱৰণী মতে শনিবাৰে বিয়লি মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ভূঞাগুৰি গাঁৱৰ মৰাপাট খেতিয়ক দ্বীপেন ডেকাক চুবুৰীয়া আহতগুৰি গাঁৱৰ একাংশ দুষ্কৃতি কাৰীয়ে লাঠি,জাঠি, জোং,শিলগুটি আদিৰে দৌৰাই দৌৰাই উপয্যুপৰি আক্ৰমণ কৰি হত্যাৰ চেষ্টা কৰে ।এই আক্ৰমণৰ খবৰ লাভ কৰি দ্বীপেনৰ বৰ্ষীয়ান পিতৃয়ে কৰযোৰ কৰি ল'ৰাটোক আক্ৰমণ নকৰিবলৈ অনুৰোধ জনাই যদিও নুশুনিলে পিতৃৰ আহবান ।
দেহৰ বিভিন্ন অংগত বেয়া কৈ আঘাত হোৱা দ্বীপেন ডেকাক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও গুৰুতৰ জখমৰ বাবে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে । সম্প্ৰতি গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্চিংহোমত মৃত্যুৰ সৈতে যুঁজ দি আছে আহত দ্বীপেনে।
এই সন্দৰ্ভত দ্বীপেন ডেকাৰ পিতৃয়ে মৰিগাঁও আৰক্ষী থানাত ৰুজু কৰিছে এটা গোচৰ ।byte:brother( 1)
2.father (2)
3.sisters (3)
হয়, কেৱল মৰাপাট তলীত জালপাতিব নিদিয়াৰ বাবেই দলবদ্ধ আক্ৰমণৰ বলি হল যুৱ দ্বীপেন ।Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.