ETV Bharat / state

মৰিগাঁৱত মুকলি আকাশ হোণ্ডাইৰ শ্ব'ৰূম

author img

By

Published : Jun 4, 2019, 2:50 PM IST

হোণ্ডাইৰ 'Venue'ত বহু কেইটা স্মাৰ্ট প্ৰযুক্তি সংলগ্ন কৰা হৈছে বুলি উদ্বোধক আৰু নগাঁও শাখাৰ পৰিচালক গৰাকীয়ে উল্লেখ কৰে ৷

মৰিগাঁৱত মুকলি আকাশ হোণ্ডাইৰ শ্ব'ৰূম

মৰিগাঁও, 4 জুনঃ মৰিগাঁও চহৰস্থিত আকাশ হোণ্ডাই প্ৰতিষ্ঠানত মঙলবাৰে হোণ্ডাইৰ নতুন 'Compact Suv Venue'ৰ উদ্ধোধন কৰা হয় । বজাৰলৈ নতুনকৈ অহা এই বিলাসী বাহনখনৰ 'Suv Venue' উদ্বোধন কৰে জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমে ।

মৰিগাঁৱত মুকলি আকাশ হোণ্ডাইৰ শ্ব'ৰূম

উল্লেখ্য যে, হোণ্ডাইৰ 'Venue'ত বহু কেইটা স্মাৰ্ট প্ৰযুক্তি সংলগ্ন কৰা হৈছে বুলি উদ্বোধক আৰু নগাঁও শাখাৰ পৰিচালক গৰাকীয়ে উল্লেখ কৰে ৷ নগাঁও-মৰিগাঁও পথত অৱস্থিত আকাশ হোণ্ডাইৰ শ্ব'ৰূমৰ এই মুকলি অনুষ্ঠানত আৰ্কষণীয় সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰে ৷

slug-as-mrg-04thjune-Hyundai Showroom-808-vis-byte-As10005

Anchorintr:নতুন মডেলৰ গাড়ীৰে মৰিগাঁৱত বিলাসীবাহন বিক্ৰেতা প্ৰতিষ্ঠান আকাশ হোন্দাই শ্বৰোম মুকলি জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমৰ।

VO:মৰিগাঁও চহৰস্থিত আকাশ hyundai প্ৰতিষ্ঠানত hundai ৰ নতুন compact suv venue ৰ উদ্ধোধন কৰা হয়। বজাৰ লৈ নতুনকৈ অহা এই বিলাসীবাহনত আৰু বহু আধূনিকতাৰ পৰশ থকা suv venue উদ্বোধন  কৰে জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমে। উল্লেখ্য hyundai ৰ venue ত বহু কেইটা স্মাৰ্ট technology সংলগ্ন কৰা হৈছে বুলি উদ্বোধক আৰু নগাঁও শাখাৰ পৰিচালক গৰাকীয়ে  উল্লেখ কৰি মৰিগাঁৱৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰে।   নগাঁও-মৰিগাঁও পথত তথা মৰিগাঁও বিদ্যুত বিভাগৰ বিপৰীতে  মুকলি কৰা এই অনুষ্ঠানতে আৰ্কষণীয় সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে সকলো গ্ৰাহক তথা উপস্থিত ৰাইজক আকৰ্ষিত কৰিবলৈ প্ৰয়াস চলাই প্ৰতিষ্ঠানটোৰ কৰ্মকৰ্ত্তাই।
Byte: 1.Rag oinitom,2.Manager nagaon branch

Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.