ETV Bharat / state

মৰিগাঁৱত চৰকাৰী নিৰ্দেশনাক অংগুষ্ঠঃ আতচবাজীৰ মুকলি বেহা

মৰিগাঁৱত ফটকাৰ মুকলি বেহা ৷ চৰকাৰী নিৰ্দেশনাৰ পিচতো একাংশ ব্য়ৱসায়ীয়ে বিক্ৰী কৰি অহাৰ অভিযোগ ৷

morigaon-firecrackers-news-people-break-government-rule
মৰিগাঁৱত চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই আতচবাজীৰ মুকলি বেহা অব্যাহত
author img

By

Published : Nov 14, 2020, 10:28 AM IST

মৰিগাঁও, 14 নৱেম্বৰ : মৰিগাঁৱত চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই বৰ্তমানেও অব্যাহত আছে আতচবাজীৰ মুকলি বজাৰ ৷ অভিযোগ অনুসৰি,একাংশ আতচবাজী ব্যৱসায়ীয়ে মৰিগাঁও চহৰৰ মাজমজিয়াত উচ্চ শব্দ সম্পন্ন আতচবাজী বিক্ৰী কৰি আহিছে ।

ব্যৱসায়ীৰ অভিযোগ অনুসৰি, তেওঁলোকে নিৰ্দেশনা সম্পৰ্কত জ্ঞাত নহয় ৷ নিৰ্দেশনা অনুসৰি, কি কি সামগ্ৰী বিক্ৰী কৰিব লাগে আৰু কি কি সামগ্ৰী বিক্ৰী কৰিব নালাগে সেই সম্পৰ্কত জ্ঞাত নহয় বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক : বাক্সাৰ গোৰেশ্বৰ-নাওকাটাত অস্ত্ৰসহ আটক যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.