ETV Bharat / state

ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Mar 25, 2021, 10:56 PM IST

"এইবাৰ জন সাধাৰণে পৰিৱৰ্তন বিচাৰিছে । অসমৰ জ্বলন্ত সমস্যা, বৰ্ধিত নিবনুৱা সমস্যা, মহিলাক সন্মান প্ৰদান, নগাঁও কাগজ কল পুনৰুজ্জীৱিত, মাফিয়া ৰাজৰ অৱসান ঘটাবলৈ কংগ্ৰেছক ভোট দান কৰক-বৃহস্পতিবাৰে জাগীৰোডত এই আহ্বান ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ ৷

জাগীৰোডত ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ নিৰ্বাচনী প্ৰচাৰ

মৰিগাঁও,25 মাৰ্চঃ ৭৯ নং অনুসূচীত জাতিৰ বাবে সংৰক্ষিত জাগীৰোড বিধানসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী স্বপন কুমাৰ মণ্ডলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷

তেওঁ কয় যে "এইবাৰ জন সাধাৰণে পৰিৱৰ্তন বিচাৰিছে । অসমৰ জ্বলন্ত সমস্যা, বৰ্ধিত নিবনুৱা সমস্যা, মহিলাক সন্মান প্ৰদান, নগাঁও কাগজ কল পুনৰুজ্জীৱিত, মাফিয়া ৰাজৰ অৱসান ঘটাবলৈ কংগ্ৰেছক ভোট দান কৰক-বৃহস্পতিবাৰে জাগীৰোডত এই আহ্বান ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ ৷ লগতে এইবাৰ কংগ্ৰেছ দলে ১০০+ আসন পাব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷

আনহাতে জাগীৰোডৰ এই বিশাল নিৰ্বাচনী সভাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী স্বপন মণ্ডলৰ হৈ প্ৰচাৰ চলাই ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে বিজেপিক তীব্ৰ সমালোচনা কৰে ৷

লগতে পঢ়কঃ বিতৰ্কত ডিগবৈৰ বিজেপি প্ৰাৰ্থী সুৰেন ফুকনৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.