ধিং, 17 জুনঃ মৈৰাবাৰী উন্নয়ন খণ্ডৰ অধীনস্থ 17খন গাঁও পঞ্চায়তৰ পৰা নিৰ্বাচিত সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ এক সংস্থা দেওবাৰে গঠন কৰা হয় ৷ মৈৰাবাৰীৰ পাব্লিক লাইব্ৰেৰীত শ্বাহানাজ বেগমৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত গঠন কৰা হয় মৈৰাবাৰী আঞ্চলিক পঞ্চায়ত প্ৰতিনিধি সংস্থা ৷ হিজবুৰ ৰহমানক সভাপতি আৰু চবিৰুল ইছলামক সম্পাদক হিচাপে লৈ গঠন কৰা হয় 46জনীয়া সমিতিখন ৷
মৈৰাবাৰীত পঞ্চায়ত প্ৰতিনিধিৰ সংস্থা গঠন - মৈৰাবাৰী
মৈৰাবাৰীৰ পাব্লিক লাইব্ৰেৰীত শ্বাহানাজ বেগমৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত গঠন কৰা হয় মৈৰাবাৰী আঞ্চলিক পঞ্চায়ত প্ৰতিনিধি সংস্থা ৷ হিজবুৰ ৰহমানক সভাপতি আৰু চবিৰুল ইছলামক সম্পাদক হিচাপে লৈ গঠন কৰা হয় 46জনীয়া সমিতিখন ৷

মৈৰাবাৰীত পঞ্চায়ত প্ৰতিনিধিৰ সংস্থা গঠন
ধিং, 17 জুনঃ মৈৰাবাৰী উন্নয়ন খণ্ডৰ অধীনস্থ 17খন গাঁও পঞ্চায়তৰ পৰা নিৰ্বাচিত সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ এক সংস্থা দেওবাৰে গঠন কৰা হয় ৷ মৈৰাবাৰীৰ পাব্লিক লাইব্ৰেৰীত শ্বাহানাজ বেগমৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত গঠন কৰা হয় মৈৰাবাৰী আঞ্চলিক পঞ্চায়ত প্ৰতিনিধি সংস্থা ৷ হিজবুৰ ৰহমানক সভাপতি আৰু চবিৰুল ইছলামক সম্পাদক হিচাপে লৈ গঠন কৰা হয় 46জনীয়া সমিতিখন ৷
মৈৰাবাৰীত পঞ্চায়ত প্ৰতিনিধিৰ সংস্থা গঠন
মৈৰাবাৰীত পঞ্চায়ত প্ৰতিনিধিৰ সংস্থা গঠন
Intro:ধিং সমষ্টিৰ মৈৰাবাৰীত আনঞ্জলিক সংস্হাগঠনBody:ধিং বিধান সভা সমষ্টিৰ মৈৰাবাৰী উন্নয়ন খন্ডৰ এলেকাধীন ১৭খন গাও পন্চায়তৰ পৰা নিৰ্বাচিত হৈ অহা সভাপতি কাউন্সিলাৰ সকল এক হৈ মৈৰাবাৰী আন্চলিক পন্চায়ত প্ৰতিনিধি সংস্হাগঠন কৰে মৈৰাবাৰী পাব্লিক লাইবেৰীত আয়োজিত সভাত শ্বাহানাজ বেগমৰ সভাপত্বিত আয়োজিত সভাত হিবজুৰ ৰহমানক সভাপতি আৰু চবিৰুল ইছলামক সম্পাদক হিচাপে লৈ মুঠ ৪৬জনীয়াকমিটি গঠন কৰা হয়।Conclusion: