ETV Bharat / state

মৰিগাঁৱত নৃশংস হত্যাকাণ্ড! হত্যাকাৰীক আটক আৰক্ষীৰ

হত্যাকাৰীক ফাঁচীৰ দাবীত স্থানীয় ৰাইজে ধৰমতুল থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

মৰিগাঁৱত নৃশংস হত্যাকাণ্ড!
author img

By

Published : May 2, 2019, 10:54 AM IST

মৰিগাঁও , 02 মে' : মৰিগাঁও ধৰমতুল 1নং নাৰমাৰীত বুধবাৰে নৃশংস হত্যাকাণ্ড সংঘটিত হয় ৷ কুঠাৰাঘাত কৰি ৰৌস্তুম আলী নামৰ এজন লোকে ভূপেন ডেকা(50) নামৰ এজন লোকক নিৰ্মমভাৱে হত্যা কৰে ৷

etv bharat
মৰিগাঁৱত নৃশংস হত্যাকাণ্ড!

ঘটনাৰ বিৱৰণী অনুসৰি, বুধবাৰে নিশা পূৰ্বৰ আখেজৰ বাবে ৰৌস্তুম আলী আৰু ভূপেন ডেকাৰ মাজতে সামান্য বাক বিতণ্ডা হয় ৷ আৰু বাক বিতণ্ডাৰ পৰিণতিতে ভূপেন ডেকাক ৰৌস্তুমে নৃশংস ভাৱে কুঠাৰেৰে আঘাত কৰে ৷ কুঠাৰে ঘপিওয়া শব্দ শুনি স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ ৰৌস্তুমক আটক কৰাৰ লগতে ধৰমতুল আৰক্ষীক খবৰ দিয়ে ৷ ইপিনে ৰাইজে ভূপেন ডেকাক মুমূৰ্ষু অৱস্থাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে ভূপেনক মৃত ঘোষণা কৰে ৷ সম্প্ৰতি ধৰমতুল আৰক্ষীয়ে হত্যাকাৰীক আটক কৰিছে যদিও গাঁও খনৰ সকলোৱে থানাত উপস্থিত হৈ হত্যাকাৰীক ফাঁচিৰ দাবী তুলি বিভিন্ন শ্লগানৰে ধৰমতুল থানা উত্তাল কৰি তোলে ৷

slug-as-mrg-2nd may-murder @ LO-808-vis-byte-ratul deka

Anchorintro:
মৰিগাঁও ধৰমতুল ১নং নাৰমাৰীত নৃশংস হত্যাকাণ্ড ।ৰৌস্তুম আলী  নামৰ এজনে ভূপেন ডেকা নামৰ লোক এজনক কুঠাৰে কাটি হত্যা। হত্যাকাৰী ফাঁচিৰ দাবীত ধৰমতুল থানাত উতপ্ত পৰিস্থিতি ।

VO:মৰিগাঁৱত নৃশংস হত্যাকাণ্ড ।কুঠাৰে কাটি হত্যা ভূপেন ডেকা নামৰ( 50)লোকজনক। ঘটনাৰ বিৱৰণী মতে আজি নিশাৰ ভাগত মৰিগাঁও জিলা ধৰমতুলত আৰক্ষী থানাৰ অন্তৰ্গত এক নং নাৰমাৰীত  ৰৌস্তুম আলী নামৰ হত্যাকাৰী টোৱে পূৰ্বৰ আখেজত নিশা সামান্য বাক বিতণ্ডা পাছতে কুঠাৰে ঘপিয়া  নৃশংস ভাৱে হত্যা কৰে । নিশা ভাগত হত্যাকাৰীয়ে কুঠাৰে ঘপিয়া শব্দ শুনি ওচৰৰ চুবুৰীয়া আগবাঢ়ি গৈ চাৰি পাঁচে ধৰি আতৰাই আনি খবৰ দিয়ে ধৰমতুল আৰক্ষীক। 
        ইফালে নিশাই মুমূৰ্ষু ভূপেন ডেকাক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে চিকিৎসকে মৃত ঘোষণা কৰে । 
        সম্প্ৰতি ধৰমতুল আৰক্ষী আটক কৰিছে যদিও  গাঁও খনৰ সকলোৱে থানাত উপস্থিত হৈ হত্যাকাৰী ফাঁচিৰ দাবী তুলি বিভিন্নি  শ্লগানৰে  উত্তাল কৰি তোলে ।

Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.