ETV Bharat / state

মৰিগাঁৱত কেথলিক স্বেচ্ছাসেৱী সংস্থাৰ বানাক্ৰান্ত পৰিয়ালক সাহাৰ্য

author img

By

Published : Sep 12, 2020, 6:46 PM IST

মৰিগাঁৱত কেথলিক স্বেচ্ছাসেৱী সংস্থাৰ দ্বাৰা 1450 টা বানাক্ৰান্ত পৰিয়ালৰ মাজত বিতৰণ সাহাৰ্য ৷ আনহাতে 300 টা পৰিয়াললৈ এককালীন সাহাৰ্য প্ৰদান ৷

Flood Relief to Morigaon flood effected people
দহটা শীৰ্ষ বাতৰি সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি মৰিগাঁৱত প্ৰতিবাদ জাগীৰোড কাগজ কল পুনৰুজ্জীত কৰাৰ দাবীৰে মৰিগাঁৱত প্ৰতিবাদ এতিয়াৰে পৰা আধাৰ কাৰ্ডৰ বাবে দীঘলীয়া শাৰী পাতি হাট বজাৰত নিশা কটাব নালাগে মৰিগাঁৱৰ ৰাইজে মৰিগাঁও জিলাত শীঘ্ৰেই স্থাপন হ'ব ষাঠিটা নতুন আধাৰ কাৰ্ড আবেদন কেন্দ্ৰ cotton university মুকাভিনয়েৰে ৰাইজক সজাগ কৰাৰ প্ৰয়াস অসম কন্যা মায়ানগৰীত স্বপ্ৰতিভাৰে জিলিকিছে অসম কন্যা বিগত তিনিমানে সন্ধানহীন নৱম শ্ৰেণীৰ ছাত্ৰ বিগত তিনিমানে সন্ধানহীন নৱম শ্ৰেণীৰ ছাত্ৰ কলগাছিয়াৰ মইনবড়ীত মানাহ নদীৰ ভয়ংকৰ গৰাখহনীয়া গৰাখহনীয়াই দিশহাৰা কৰিছে কলগাছিয়াৰ ৰাইজক বিপিএফে প্ৰলোভনৰ ৰাজনীতি নহয়, উন্নয়নৰ ৰাজনীতি হে কৰিছে : গণেশ কছাৰী বিপিএফে প্ৰলোভনৰ ৰাজনীতি নহয়,উন্নয়নৰ ৰাজনীতি কৰিছে : গণেশ কছাৰী

মৰিগাঁও, 12 ছেপ্তেম্বৰ : কেৰীটাছ ইণ্ডিয়া,কেৰ্ফড,গুৱাহাটী গণসেৱা চ'ছাইটিছৰ যুটীয়া উদ্যোগত মৰিগাঁও মায়ং ৰাজহ চক্ৰৰ শুকুতিপোতা,আফুখুন্দা, ভৰালটোপ,গভুৰাটোপ আদি 16 খন গাঁৱত সাহাৰ্য বিতৰণ । ইয়াৰে বিশেষ স্বচ্ছতাৰ বাবে 500 টা পৰিয়ালক দুটাকৈ বাল্টি,চাৰ্ফ,চাবোন,ফেনাইল,ডেটল, মহখেদাধূপ,ব্লিচিং পাউদাৰ,যোগান ধৰা হয় ।

মৰিগাঁৱত বানাক্ৰান্ত পৰিয়ালক সাহাৰ্য বিতৰণ

আনহাতে অঞ্চলটোত আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা 300 টা পৰিয়ালক বেংকৰ যোগেদি পুনৰ সংস্থাপনৰ বাবে 3800 টকাকৈ নগদ ধন প্ৰদান কৰা হয় । এই অনুষ্ঠানত গুৱাহাটীৰ গণসেৱা চ'ছাইটি,কেৰীইণ্ডিয়া,কেৰ্ফড আদি স্বেচ্ছাসেৱী সংগঠনৰ কেইটা বিশেষকৈ কেৰীটাছ ইণ্ডিয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ মাণ্ডলিক প্ৰৱন্ধক জুনাচ লাক্ৰা,গুৱাহাটীৰ গণসেৱা চছাইটৰ সমন্বয়ক প্ৰবীণ মিঞ্জ,চিছটাৰ চেলভিয়া,জৰিতা মনচাং সচিদানন্দ বৰদলৈ,অৰূপজ্যোতি ডেকা,গৌৰৱ তালুকদাৰ, শিতিশ ৰয়,আৰু শিক্ষা গোস্বামী আদি বহুকেইজন আগশাৰীৰ স্বেচ্ছাসেৱী উপস্থিত থাকি এই কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে চাওক-বিপিএফে প্ৰলোভনৰ ৰাজনীতি নহয়,উন্নয়নৰ ৰাজনীতি কৰিছে : গণেশ কছাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.