ETV Bharat / state

লাহৰীঘাটত কংগ্ৰেছ - এ আই ইউ ডি এফৰ দুই সহস্ৰাধিক লোকৰ অগপত যোগদান

author img

By

Published : Sep 15, 2019, 4:52 AM IST

অব্যাহত আছে অসম গণ পৰিষদৰ সদস্য ভৰ্তি অভিযান ৷ লাহৰীঘাটত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ দুই দুই সহস্ৰাধিক সদস্যৰ অগপত যোগদান ৷

লাহৰীঘাটত কংগ্ৰেছ - এ আই ইউ ডি এফৰ দুই সহস্ৰাধিক লোকৰ অগপত যোগদান

লাহৰীঘাট, 15 চেপ্তেম্বৰঃ 2021 চনৰ বিধানসভা নিৰ্বাচনলৈ এতিয়াৰ পৰাই কঁকালত টঙালি বান্ধিছে অসম গণ পৰিষদে ৷ ব্যাপক ৰূপত অব্যাহত আছে সদস্য ভৰ্তি অভিযান ৷ শনিবাৰে মৰিগাঁও জিলাৰ লাহৰীঘাট বিধান সভা সমষ্টিৰ অন্তৰ্গত তুলসীবড়ী গাঁও পঞ্চায়তত অনুষ্ঠিত হোৱা অগপৰ সদস্য ভৰ্তি অভিযানত দলটোত প্ৰায় দুই সহস্ৰাধিক সদস্যই যোগদান কৰে ৷ উল্লেখ্য যে, যোগদান কৰা সদস্য সকল এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ আছিল বুলি জানিব পৰা গৈছে ৷

Intro:লাহৰীঘাটত অসম গণ পৰিষদৰ সদস্য ভৰ্তি অভিযান
Body:আগন্তক বিধান সভা নিৰ্বাচনলৈ এতিয়াৰ পৰাই ককালত টঙালি বান্ধিছে অসম গন পৰিষদে।গাঁৱে গাঁৱে অসমৰ প্ৰতিতো চুকে কোণে এতিয়াৰে পৰাই সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে অসমৰ আঞ্চলিক দল অসম গন পৰিষদে।সমান্তৰালকৈ আজি মৰিগাঁও জিলাৰ লাহৰীঘাট বিধান সভা সমষ্টিত দেখিবলৈ পোৱা গ'ল সদস্য ভৰ্তি অভিযানৰ জোৰ দাৰ প্ৰক্ৰিয়া।লাহৰীঘাটৰ তুলসীবড়ী গাঁও পঞ্চায়তৰ সভাপতি গুলজাৰ হুছেইনৰ নেত্ৰীত্বত আৰম্ভ হোৱা এই সদস্য ভৰ্তি অভিযানত অসম গণ পৰিষদ দলটোক অধিক শক্তিশালী কৰি তুলিবলৈ পঞ্চায়তটোৰ পৰাই প্ৰায় দুই সহস্ৰাধিক সদস্যই যোগদান দিয়ে দলটোত।উল্লেখ্য যে যোগদান দিয়া সদস্যবোৰ এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ পৰা আহি যোগদান দিছে আঞ্চলিক দলটোত।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.