ETV Bharat / state

পৰিত্যক্ত অৱস্থাত মৰিগাঁৱৰ বীৰ চিলাৰায় উদ্যান

author img

By

Published : Oct 2, 2020, 10:48 PM IST

Updated : Oct 3, 2020, 8:41 AM IST

ভূমিপুত্ৰ কোছ ৰাজবংশী সকলৰ স্বাভিমানৰ প্ৰতীক বিশ্ব বীৰ চিলাৰায়ক চৰম অপমান মৰিগাঁৱত । বিশ্ব বীৰ চিলাৰায়ক কোনে ,ক'ত , কেনেকৈ অপমান কৰিছে এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন ।

পৰিত্যক্ত অৱস্থাত মৰিগাঁৱৰ বীৰ চিলাৰায় উদ্যান
পৰিত্যক্ত অৱস্থাত মৰিগাঁৱৰ বীৰ চিলাৰায় উদ্যান

মৰিগাঁও, 2 অক্টোবৰ : পেলনীয়া সামগ্ৰী তথা আৰ্বজনাৰে পৰিপূৰ্ণ এটা ডাষ্টবিন। এই ডাষ্টবিনটোত নিচাজাতীয় দ্ৰব্য, সুৰাৰ বটল, পানীবটল,কাপোৰ গ্লাচ, জোটা- চেণ্ডললৈ । এক কদৰ্যময় পৰিবেশ । প্ৰকৃততে এয়া পেলনীয়া সামগ্ৰী আবৰ্জনা ৰখা স্বচ্চ ভাৰতৰ আধুনিক ডাষ্টবিন নহয় । এয়া মৰিগাঁৱৰ বীৰ চিলাৰায় উদ্যানৰ দৃশ্যহে।

মৰিগাঁও-গুৱাহাটী পথৰ দাঁতিত থকা এই উদ্যান খনৰ উন্নয়নৰ বাবে 2006-07 বিত্তীয় বৰ্ষত জিলা উন্নয়ন পুঁজিৰে উদ্ধোধন কৰিছিল তদানীন্তন মৰিগাঁও সমষ্টিৰ বিধায়িকা জোনজোনালী বৰুৱাই ।

ইপিনে কেইজনমান ৰাজবংশীয় নেতাই কিছু দিন ভালদৰে উদ্যানখন পৰিচালনা কৰাৰ পিছত সম্প্ৰতি এনে ৰূপ লৈছে । কোনোৱে যদি উদ্যানখন গৃহ নিৰ্মাণৰ নামত আনজনে আকৌ বাউণ্ডেৰী ৱালৰ নামত লাখটকাৰ ঠিকাদাৰ লৈ আধৰুৱা কৰিছে চৌহদৰ বেৰ অথবা ঘৰ। এই অভিযোগ ৰাজবংশীয় যুৱকৰ ৷

লগতে পঢ়ক : হাথৰছ কাণ্ডৰ ভুক্তভোগীলৈ শ্ৰদ্ধাঞ্জলি গোলাঘাট জিলা আম আদমী পাৰ্টীৰ

Last Updated : Oct 3, 2020, 8:41 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.