ETV Bharat / state

মৰিগাঁৱৰ ঘাঁহনি হাটে মুকলি কৰিছে দুই শ্ৰেণী লোকৰ জীৱিকাৰ পথ

ঘাঁহ বিক্ৰী কৰি শতাধিক লোকে চলাইছে পৰিয়াল । আনহাতে পৰোক্ষভাৱে গোপালক সকলেও এই ঘাঁহনি বজাৰখনৰ উপকৃত

author img

By

Published : May 4, 2019, 12:20 PM IST

মৰিগাঁৱৰ ঘাঁহনি হাটে মুকলি কৰিছে দুই শ্ৰেণী লোকৰ জীৱিকাৰ পথ

মৰিগাঁও, 4 মেঃ এখন বিশেষ হাট । মৰিগাঁও শ্বহীদ কমলা-পৰাগ পথৰ ঘাঁহৰ হাটখনত সপ্তাহৰ সকলো বাৰতে থাকে ক্ৰেতা-বিক্ৰেতাৰ ভীৰ৷ কাৰণ দলনিপথাৰৰ পৰা বিভিন্ন ধৰণৰ ঘাঁহ কাটি বিয়লি লৈ মৰিগাঁও চহৰৰ এই বিশেষ বজাৰ খনলৈ আহে বহু ক্ৰেতা । যোৰা হিচাপে বিক্ৰী কৰা হয় এই ঘাঁহৰ পলা ।

আনহাতে জিলাখনৰ গোপালক সকলেও বিয়লি যোৰাই যোৰাই ক্ৰয় কৰে ঘাঁহ । আচহুৱা যেন লাগিলেও এনেদৰে ঘাঁহ বিক্ৰী কৰি শতাধিক লোকে চলাইছে পৰিয়াল । আনহাতে পৰোক্ষভাৱে গোপালক সকলেও এই ঘাঁহনি বজাৰখনৰ উপকৃত হোৱা জানিবলৈ দিয়ে ।

Intro:মৰিগাঁৱৰ এখন বিশেষ দৈনিক বজাৰ।যিখন হাট-বজাৰৰ যোগে বহুজনে উলিয়াইছে জীৱন জীৱিকাৰ পথ।পিছে কি এই বিশেষ বজাৰ এই সন্দৰ্ভত ইটিভি ভাৰত অসযৰ এক বিশেষ প্ৰতিবেদন।

Body:এখন বিশেষ হাট। এই হাট বজাৰে মুকলি কৰিছে দুইশ্ৰেণী লোকৰ জীৱন জীৱিকাৰ পথ।কব বিচাৰিছো মৰিগাঁও শ্বহীদ কমলা-পৰাগ পথৰ ঘাঁহৰ হাটখনৰ বিষয়ে।সপ্তাহৰ সকলো বাৰতে বহে এইবিশেষ হাট।এবেলীয়া এই হাটলৈ দৈনিক আগমণ ঘটে দুইশ্ৰণীৰ লোক। অৰ্থাৎ একশ্ৰেণী ক্ৰেতা আনটো শ্ৰেণী বিক্ৰেতা। ক্ৰেতাসকলৰ সিংহভাগেই নগৰীয়া হোৱাৰ বিপৰীতে বিক্ৰেতাসকল আহে জিলাখনৰ দূৰদূৰণিৰ পৰা।চাওক কেনেদৰে চাইকেলৰে শাৰীপাতি চাইকেলৰে ঘাঁহৰ বোজালৈ চহৰৰ বজাৰ লৈ ঢপলীয়াই আহিছে।
দিনৰ পুৱাভাগত ঘৰৰ পৰা ওলাই গৈ দলনিপথাৰৰ পৰা বিভিন্ন ধৰণৰ ঘাঁহ কাটি বিয়লি লৈ আহে মৰিগাঁও চহৰৰ এই বিশেষ বজাৰ খনলৈ। যোৰা হিচাপে বিক্ৰী কৰা হয় এই ঘাঁহৰ পলা।
আনহাতে জিলাখনৰ গোপালক সকলেও বিয়লি চাইকেল, মটৰচাইকেল,লঘুবাহনেৰে যোৰাই যোৰাই ক্ৰয় কৰে ঘাঁহ।
শুনিবলৈ আচহুৱা যেন লাগিলেও এনেদৰে ঘাঁহ বিক্ৰী কৰিয়েই শতাধিক লোকে চলাইছে পৰিয়াল।আনহাতে পৰোক্ষ ভাৱে গোপালক সকলেও এইঘাহনি বজাৰখনৰ পৰা হৈছে উপকৃত।byte_1+1+1+1=4

Conclusion:ratul deka etv Bharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.