ETV Bharat / state

মৰিগাঁৱত ৰাজপত্ৰিত বিষয়াক কটকটীয়া নিৰাপত্তাৰে বিশেষ আদালতত হাজিৰ

author img

By

Published : May 10, 2019, 1:12 PM IST

শুকুৰবাৰে মৃগেন হালৈক গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ কৰিবলৈ অনা হৈছে ৷ আৰক্ষীয়ে বিষয়াগৰাকীক আৰু অধিক তদন্তৰ বাবে সাত দিনৰ জিম্মাত বিচাৰিব বুলি সাংবাদিকক জনায় ৷

মৰিগাঁৱত ৰাজপত্ৰিত বিষয়াক কটকটীয়া নিৰাপত্তাৰে বিশেষ আদালত হাজিৰ

মৰিগাঁও, 10 মেঃ অসম লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত পৰীক্ষাত ধনৰ বিনিময়ত কৃষি বিষয়াৰ পদ হস্তগত কৰা চিৰাঙৰ কৃষি উন্নয়ন বিষয়া মৃগেন হালৈক বৃহস্পতিবাৰে মৰিগাঁৱত গ্ৰেপ্তাৰ কৰা হয় ৷ ভঙাগড় থানাত চলি থকা ১৫৯/১৭ নং গোচৰ মৰ্মে টকা দি চাকৰি লোৱাৰ অভিযোগত চিৰাঙৰ জিলাৰ কৃষি উন্নয়ন বিষয়াগৰাকীক আটক কৰে ৷

মৰিগাঁৱত ৰাজপত্ৰিত বিষয়াক কটকটীয়া নিৰাপত্তাৰে বিশেষ আদালত হাজিৰ

গোচৰটোৰ তদন্তকাৰী বিষয়া শুভাশীষ বৰুৱাই বৃহস্পতিবাৰে নিশা মৰিগাঁৱতে কৃষি বিষয়াগৰাকীক ব্যাপক জেৰা কৰে ৷ উল্লেখ্য যে, সমগ্ৰ প্ৰক্ৰিয়াটোৰ জৰিয়তে ২৩ জনৰো অধিক কৃষি বিষয়াই এনেদৰে ধনৰ বিনিময়ত চাকৰি লোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ সেইমৰ্মে মৃগেন হালৈক তদন্তকাৰী বিষয়াই মৰিগাঁৱত সোধাপোচ কৰাৰ অন্তত বিষয়াগৰাকীক কৰায়ত্ত কৰে ৷

ইতিমধ্যে মৃগেন হালৈক গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ কৰিবলৈ অনা হৈছে ৷ আৰক্ষীয়ে বিষয়াগৰাকীক আৰু অধিক তদন্তৰ বাবে সাত দিনৰ জিম্মাত বিচাৰিব বুলি সাংবাদিকক জনায় ৷ আনহাতে ধনৰ বিনিময়ত চাকৰি লোৱাৰ অভিযোগত আৰু কেইবাজনো কৃষিবিষয়া গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা থকাৰ কথা জানিব পৰা গৈছে ৷

slug -as-mrg-10thmay-Apsc flowup-vis-byt-as10005

Anchorintro: মৰিগাঁৱত ৰাজপত্ৰিত বিষয়াক কটকটীয়া নিৰাপত্তাৰে বিশেষ আদালত হাজিৰ আৰক্ষীৰ৷ 

story : অসম লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত কৰা পৰীক্ষাত ধনৰ বিনিময়ত কৃষি বিষয়াৰ পদ হস্তগত কৰা চিৰাঙৰ কৃষি উন্নয়ন বিষয়া মৃগেন হালৈক কালি মৰিগাঁৱত গ্ৰেপ্তাৰ কৰা হয় ৷ ভঙাগড় থানাত চলি থকা ১৫৯/১৭ নং গোচৰ মৰ্মে টকাদি চাকৰি লোৱাৰ অভিযোগত চিৰাঙৰ জিলাৰ কৃষি উন্নয়ন বিষয়াগৰাকীক আটক কৰাৰ পিছত নিশাটো মৰিগাঁৱতে ৰাখি গোচৰটোৰ তদন্তকাৰী বিষয়া শুভাশীষ বৰুৱাই কৃষি বিষয়াগৰাকীক ব্যাপক জেৰা কৰে ৷ উল্লেখ্যযে সমগ্ৰ প্ৰক্ৰিয়াটোৰ জৰিয়তে ২৩ জনৰো অধিক কৃষি বিষয়াই এনেদৰে ধনৰ বিনিময়ত চাকৰি লোৱাৰ অভিযোগ উঠিছে ৷ সেইমৰ্মে কালি মৃগেন হালৈক তদন্তকাৰী বিষয়াই মৰিগাঁৱলৈ মাতি সোধাপোচ কৰাৰ অন্তত বিষয়াগৰাকীক কৰায়ত্ত কৰে ৷ আজি ধৃত মৃগেন হালৈক  গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ কৰাৰ লৈ যোৱা হৈছে ৷ আৰক্ষীয়ে বিষয়াগৰাকীক আৰু অধিক তদন্তৰ বাবে সাত দিনৰ জিম্মাত বিচাৰিব বুলি জানিব পৰা গৈছে ৷ ইপিনে ধনৰ বিনিময়ত চাকৰিলোৱাৰ অভিযোগত আৰু কেইবাজনো কৃষিবিষয়া গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ৷
Shot : মৃগেন হালৈক আদালতলৈ নিয়া visual .

Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.