ETV Bharat / state

মৰিগাঁৱত শতবৰ্ষ গৰকিলে জালুগুটি সাৰ্বজনীন দুর্গা পূজাই - মংগল-উৰুলিৰ ধ্বনিত মুখৰিত সমগ্ৰ ৰাজ্য

মহা অষ্টমী উপলক্ষে ৰাজ্যৰ বিভিন্ন পূজা থলীৰ সমান্তৰালভাৱে মৰিগাঁৱৰ ঐতিহাসিক জালুগুটি সাৰ্বজনীন দুর্গা পূজা থলীতো ভক্তই ভিৰ কৰে । পুৱাৰ পৰা জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে দূৰ্গতি নাশিনীৰ আশীষ বিচাৰি ভক্তই আগবঢ়াইছে পূজা অৰ্চনা ৷

মৰিগাঁৱত শতবৰ্ষ গৰকিলে জালুগুটি সাৰ্বজনীন দুর্গা পূজাই
author img

By

Published : Oct 6, 2019, 11:47 AM IST

মৰিগাঁও, 6 অক্টোবৰ : মহা অষ্টমী উপলক্ষে ৰাজ্যৰ বিভিন্ন পূজা থলীৰ সমান্তৰালভাৱে মৰিগাঁৱৰ ঐতিহাসিক জালুগুটি সাৰ্বজনীন দুর্গা পূজা থলীতো ভক্তই ভিৰ কৰে । পুৱাৰ পৰা জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে দূৰ্গতি নাশিনীৰ আশীষ বিচাৰি ভক্তই আগবঢ়াইছে পূজা অৰ্চনা ৷

মৰিগাঁৱত শতবৰ্ষ গৰকিলে জালুগুটি সাৰ্বজনীন দুর্গা পূজাই

চৌদিশে ঢাক-ঢোল, মংগল-উৰুলিৰ ধ্বনিত মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য । ব্যতিক্ৰম নহয় শতবৰ্ষ গৰকা জালুগুটি সাৰ্বজনীন দূৰ্গা পূজা থলীও । বৈদিক ৰীতি-নীতিৰ লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰিছে উদযাপন সমিতিয়ে । কাৰ্যতঃ সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আগন্তুক বৰ্ষতো বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিব শতবৰ্ষ গৰকা জালুগুটি সাৰ্বজনীন দুর্গা পূজাই । সেয়েহে, সকলোৱে সহায়-সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে ।

আজি মহা অষ্ঠমী। মহা অষ্ঠমীৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন পূজা থলীৰ সমান্তৰালভাৱে মৰিগাঁও ঐতিহাসিক জালুগুটি সাৰ্বজনীন দূর্গা পূজা থলীত ভক্তৰ ভিৰ। পুৱাৰ পৰা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে দূৰ্গতি নাশিনীৰ আশীৱ বিচাৰি আগবঢ়াইছে অৰ্ঘ্য পাদ্য। চৌদিশে ঢাক ঢোল ,মঙল উৰুলিৰ ধবনিত মুখৰিত ৰাজ্যৰ আকাশ বতাহ।ব্যতিক্ৰম নহয় শতবৰ্ষ গৰকা জালুগুটি সাৰ্বজনীন দূৰ্গা পূজা থলী। বৈদিক ৰীতিৰ লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰিছে উদযাপন সমিতিয়ে। কাৰ্যতঃ সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আগন্তুক বৰ্ষত বণাৰ্ঢ্য কাৰ্যসূচীৰে উদযাপন কৰিব শতবাৰ্ষিকী হমা দূগ্যোৎসৱ। সেয়েহে সকলোৱে সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.