ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Mar 7, 2022, 9:02 AM IST

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

আজি মাজুলীত উপ-নিৰ্বাচনৰ ভোটযুদ্ধ

আজি অৰ্থাৎ সোমবাৰে অনুষ্ঠিত হৈছে মাজুলী উপ-নিৰ্বাচনৰ(Majuli By Election 2022) ভোটদান প্ৰক্ৰিয়া ৷ ভোটযুদ্ধৰ পুৱাই গড়মূৰ আঞ্চলিক শ্ৰী শ্ৰী নীলকণ্ঠ শিৱ মন্দিৰ আৰু মাতৃৰ সমাধিস্থলীত সেৱা ল'লে বিজেপি সমৰ্থিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামে(Bjp Candidate Bhuban Gam) ৷

বহিঃৰাষ্ট্ৰৰ মাজেৰে জল পৰিবহণৰ সূচনা অসমৰ ইতিহাসৰ মাইলৰ খুটি: মুখ্যমন্ত্রী

পাটনাৰ পৰা পাণ্ডুত উপস্থিত হোৱা প্ৰথমখন মালবাহী জাহাজ ‘এম ভি লালবাহাদুৰ শাস্ত্ৰী’ক আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (Motor vessel Lal Bahadur Shastri)। 1800 মেট্ৰিক টন টাটা ষ্টীল কঢ়িয়াই হালদিয়াৰ পৰা পাণ্ডু অভিমুখে আহি আছে আন এখন ম‍লবাহী জাহাজ ।

সমাপ্ত হ’ল পৌৰ নিৰ্বাচন 2022

দেওবাৰে সমগ্ৰ অসমৰ ৮০ খন পৌৰ সভাৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় । দুই এটা বিক্ষিপ্ত ঘটনাৰ বাদে শান্তিপূৰ্ণভাৱে সমাপ্ত হয় এই নিৰ্বাচন ৷

পৌৰসভা নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁটে লাভ কৰিব লগীয়া আসনৰ হিচাপ দিলে ভবেশ কলিতা

‘‘পৌৰসভা নিৰ্বাচনত বিজেপি তথা মিত্ৰ দলসমূহে সমগ্ৰ অসমতেই বিজয় সাব্যস্ত কৰিব ৷’’ পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতেই এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ (Bhabesh Kalita comments on municipal election)৷

Food Poisoning : পৌৰ নিৰ্বাচনৰ খাদ্যই বিপদ মাতিলে নিৰ্বাচনত নিয়োজিত কৰ্মচাৰীৰ

পৌৰসভা নিৰ্বাচনত নিয়োজিত কৰ্মচাৰী আৰু আৰক্ষী সকলৰ খাদ্যত বিষক্ৰিয়া ৷ নিৰ্বাচনৰ বাবে গন্তব্য স্থানলৈ যোৱাৰ পূৰ্বে গ্ৰহণ কৰা খাদ্যই বিপদ মাতিলে কৰ্মচাৰী সকললৈ(Elections Employee sick due to food poisoning) ৷

বিহু পতাকলৈ আপত্তি কৰাৰ অধিকাৰেই নাই মুখ্যমন্ত্ৰীৰ : ড৹ হিমন্ত বিশ্ব শৰ্মা

দেওবাৰে 48 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ (Karbi Youth Festival 2022) ত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি ডিফুস্থিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ চৰকাৰী বাংলোত এখন সংবাদমেলত উপস্থিত থাকি অসমত জেহাদীৰ কাৰ্যকলাপে অশুভ সংকেত বহন কৰিছে বুলি মন্তব্য কৰে (CM Himanta Biswa Sarma organaize press conference at Diphu) ৷

মিতালী ৰাজৰ শিৰত আন এক খিতাপ

ছয়খন এদিনীয়া বিশ্বকাপত খেলা তৃতীয়গৰাকী ক্ৰিকেটাৰ (পুৰুষ আৰু মহিলা) হিচাপে পৰিগণিত হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিতালী ৰাজে(India's ODI skipper Mithali Raj) ৷ ইয়াৰ পূৰ্বে শচীন তেণ্ডুলকাৰ আৰু জাভেদ মিয়াঁদাদে নামত আছিল এই খিতাপ ৷

ক’লৈ গ’ল কলহভাঙ্গাৰ মুকবধিৰ মান্নান খান ?

বৰপেটাৰোডৰ কলহভাংগা বিদ্যাপাৰাৰ মান্নান খান নামৰ এজন মুক বধিৰ লোক ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখে হাউলীৰ মছজিদত শুকুৰবৰীয়া নামাজ আদায় কৰাৰ পাছৰে পৰাই বিগত 10 দিন ধৰি নিৰুদ্দেশ হৈ আছে (differently abled man goes missing Barpetaroad) ৷ নিৰুদ্দেশ হোৱা ব্যক্তিজনৰ নাম বোবা মান্নান খান (48) ৷

মাতৃৰ অবৰ্তমানত দ্বিতীয় গৰাকী মাতৃৰ সন্ধান পালে লুৰীণে

জন্মদাত্ৰী মাতৃৰ বিয়োগৰ এবছৰৰ পিছত মাজুলীত আন এগৰাকী মাতৃ পালে লুৰীণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi in Majuli)। চুনু দাস নামৰ মাতৃগৰাকীক সাক্ষাতৰ পিছতে আবেগৰ চকুলো বৈ আহে লুৰীণজ্যোতি গগৈৰ ৷ পুত্ৰ লুৰহণলৈ বুলি হেঁপাহৰ উপহাৰো দিলে মাতৃ চুনু দাসে ৷

Karbi youth festival 2022: কাৰ্বি যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী

নিজম পৰিল ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱস্থলী (Karbi youth festival 2022)৷ সামৰণিৰ দিনটোত লক্ষাধিক দৰ্শকেৰে লোকাৰণ্য হৈ পৰে কাৰ্বি লোক কৃষ্টি-সংস্কৃতিৰ সাধনাস্থলী মায়াময় তাৰালাংচ ৷ উপস্থিত থাকিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.