ETV Bharat / state

মাজুলীত শিৱৰাত্ৰীৰ প্ৰাক ক্ষণত সৰ্প ৰঙালাও

author img

By

Published : Mar 3, 2019, 8:45 PM IST

গাৱঁখনত বিৰাজ কৰিছে এক আধ্যাত্মিক পৰিবেশ

Breaking News

মাজুলী,3মাৰ্চঃ মাজুলী দক্ষিণপাট কৈৱত্ত গাঁৱত এজোপা ৰঙা লাওৰ গছে ল'লে সৰ্পফেনা আকৃতি । এগৰাকী মহিলাই সপোনত দেখিছে এই বিস্ময়কৰ ঘটনাটি । তাকে লৈ গাঁও খনৰ পুৰুষ মহিলাৰ লগতে বিভিন্ন ঠাইৰ পৰা ভক্তই আৰম্ভ কৰিছে ৰঙালাও জোপাত পূজা ।

মহিলাগৰাকীৰ মতে ভগৱান শিৱৰ সৰ্প ফেনা অৱতাৰ হেনো এয়া । এই বিস্ময়কৰ ঘটনাই গাৱঁখনত বিৰাজ কৰিছে এক আধ্যাত্মিক পৰিবেশ ।

মাজুলীত শিৱৰাত্ৰীৰ প্ৰাক ক্ষণত সৰ্প ৰঙালাওঃ
এটা সপোনক লৈ আৰম্ভ পূজা সেৱাঃ

VO.... মাজুলী এখন গাঁৱত সৰ্প ফেনা অৱতাৰ। তাকে লৈ গাঁও খনত বিৰাজ কৰিছে এক আধ্যাত্মিক পৰিবেশ। এজোপা ৰঙালাও গছ। গছ জোপাই লৈছে সৰ্প আকৃতি। শিৱৰাত্ৰীৰ প্ৰাক ক্ষণত দক্ষিণপাট কৈৱত্ত গাৱৰ এইঘৰ গৃহস্থৰ মহিলা গৰাকীয়ে সপোন দেখিছে সেয়া  সৰ্পৰ আবিৰ্ভাৱ বুলি। আৰু তাকে লৈ গাঁও খনৰ পুৰুষ মহিলাই ৰঙালাও জোপাৰ কাষত পূজা সেৱা চলিছে। 
  বাইট--- গৃহস্থ ।
হয় ৰঙালাও  সৰ্প অৱতাৰক দক্ষিণপাট কৈৱত্ত গাৱৰ এইঘৰ গৃহস্থৰ ঘৰলৈ বিভিন্ন ঠাইৰ পৰা ৰাইজ আহিছে সভক্তিৰে সেৱা জনাইছে।

বাইট --- স্থানীয় গঞা  

মাজুলীৰ পৰা যদুমনি শইকীয়া ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.