মাজুলী, 31 জুলাই: মুখ্যমন্ত্ৰী সমষ্টিৰ নীহাৰিকা, মাজুলীৰ এইগৰাকী কনমানি লৈ গৌৰৱান্বিত সকলো । মালয়েছিয়াত আন্তঃৰাষ্ট্ৰীয় সমৰকলা প্ৰতিযোগীতাত অংশ গ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে তেঁও । আৰ্থিক দৈনতাৰ বাবে নিশ্চিত নহয় অংশগ্ৰহণ কৰাতো ।
মাজুলীৰ কণমানি নীহাৰিকাৰ বিশ্বমুখী যাত্ৰা - ATHELETE
৭ বছৰীয়া নীহাৰিকাৰ সমৰকলাত বিশ্ব জয়ৰ প্ৰয়াস ৷ প্ৰস্তুতি সম্পূৰ্ণ কৰিও থমকি ৰয়ছে আৰ্থিক দৈন্যতাৰ বাবে । সম্ভৱ হ'বনে নীহাৰিকাৰ মালয়েছিয়া ভ্ৰমণ?
মাজুলীৰ কণমানি নীহাৰিকাৰ বিশ্বমুখি যাত্ৰা
মাজুলী, 31 জুলাই: মুখ্যমন্ত্ৰী সমষ্টিৰ নীহাৰিকা, মাজুলীৰ এইগৰাকী কনমানি লৈ গৌৰৱান্বিত সকলো । মালয়েছিয়াত আন্তঃৰাষ্ট্ৰীয় সমৰকলা প্ৰতিযোগীতাত অংশ গ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে তেঁও । আৰ্থিক দৈনতাৰ বাবে নিশ্চিত নহয় অংশগ্ৰহণ কৰাতো ।
Intro:Gfx... মাজুলীৰ কণমানি নীহাৰিকা ৰ বিশ্বমুখি যাত্ৰাঃ
Gfx... ৭ বছৰীয়া নীহাৰিকাৰ সমৰকলাত বিশ্ব জয়ৰ প্ৰয়াসঃ
Gfx... প্ৰস্তুতি সম্পূৰ্ণ কৰিও থমকি ৰয়ছে আৰ্থিক দৈন্যতাৰবাবে।
Gfx... সম্ভৱ হবনে নীহাৰিকাৰ মালয়েছিয়া ভ্ৰমণঃ
মুখ্যমন্ত্ৰী সমষ্টি মাজুলী এগৰাকী কনমানি লৈ গৌৰৱান্বিত সকলো। । মালয়েছিয়াত আন্তঃৰাষ্ট্ৰীয় সমৰকলা প্ৰতিযোগীতাত অংশ গ্ৰহণ ৰ বাবে নিৰ্বাচিত হৈছে। আৰ্থিক দৈনতাৰ বাবে নিশ্চিত নহয় অংশগ্ৰহণ কৰাতো।
V.o---মুখ্যমন্ত্ৰী সমষ্টি মাজুলী অতি পিচপৰা অঞ্চল নয়াবজাৰ। এই নয়াবজাৰ অঞ্চলৰ কলেজ কলনিৰ এগৰাকী কনমানি নিহাৰিকা শইকীয়া অসমৰ পৰা একমাত্ৰ খেলুৱৈ নিৰ্বাচিত হৈছে আন্তঃৰাষ্ট্ৰীয় সমৰকলা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে । ১৬ কেজিৰ পৰা ২০ কেজি ওজনৰ নিম্নশাখাৰ সমৰকলা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা লৈ অসমৰ পৰা নিৰ্বাচিত হোৱাত মাজুলী বাসী উফ্লুলিত আৰু গৌৰৱান্বিত হৈছে।ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিব নিহাৰিকা শইকীয়াই। দুলাল শইকীয়া আৰু জোনটি শইকীয়াৰ কণ্যা নিহাৰিকা ই ইতিমধ্যে ৰাজ্যিক পৰ্যায়ত সোনৰ পদক, উত্তৰ পূৱাঞ্চলৰ ভিতৰত সোনৰ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত মধ্যপ্ৰদেশত অনুষ্ঠিত প্ৰতিযোগিতা ত ৰূপৰ পদক লাভ কৰিছে। Body:৭ বছৰীয়া নিহাৰিকা ই যোৱা দুটা বছৰ এই সমৰকলা খেলৰ প্ৰশিক্ষণ গ্ৰহন কৰিছে। কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেললৈ নিৰ্বাচিত হোৱাৰ পাছতো পৰিয়াল টো থমকি ৰ'ৱ লগা হৈছে। কাৰন আৰ্থিক দৈনতা। অতি দৰিদ্ৰ পিতৃ দুলালে সৰু দোকান এখন দি পৰিয়াল পোহপাল দিছে । তেওঁ নিহাৰিকা ক মালয়েছিয়ালৈ নিবলৈ অসমৰ্থ। কাৰন ২ পৰা ২.৫০ লাখ টকাৰ প্ৰয়োজন হৈছে নিহাৰিকা ক। ২৬ আগষ্টত মালয়েছিয়াত খেলত অংশ লৱ লাগে কিন্তু যোৱাতো নিশ্চিত নহয় এতিয়াও। বোকাৰ পদুম সদৃশ প্ৰতিভাবান খেলুৱৈ গৰাকী ইমানতে থমকি ৰ'ৱ লগা হৈছে। অসমৰ পৰা একমাত্ৰ নিৰ্বাচিত নিহাৰিকা ই ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পোৱাৰ পাছতো এতিয়া আৰ্থিক ভাৱে হেঙাৰ হৈছে। মাজুলীৰ উপায়ুক্ত ৰ লগতে মুখ্য মন্ত্ৰীলৈ আবেদন নিবেদন কৰিও কোনো ফল পোৱা নাই দৰিদ্ৰ পিতৃ। বিয়াগোম ক্ৰীয়া বিভাগৰ খবৰেই নাই। পুনৰ ইটিভি ভাৰতৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ আহ্বান দৰিদ্ৰ পিতৃৰ। সহায় কৰক নতুবা অকালতে মৰহিব এতি প্ৰতিভা। দল সংগঠন ক্ৰীয়া সংগঠন সদাশয় ব্যক্তি লৈ ও আহ্বান পিতৃৰ। শুনিবনে মুখ্যমন্ত্ৰী ৰ লগতে ক্ৰীয়া বিভাগে এই আহ্বান নে আৰ্থিক দৈনতাই অভিশাপ হৱ পৰিয়ালটোৰ বাবে।
Conclusion:মাজুলীৰ পৰা যদুমণি শইকীয়া
Bite sand from mojo