ETV Bharat / state

মাজুলীত চাঞ্চল্যকৰ ঘটনাঃ অবৈধ মাতৃত্বৰ বোজা ঢাকিবলৈ গৈ কৰুণ মৃত্যু কিশোৰীৰ - অবৈধ প্ৰেমৰ পৰিণতিত অন্তঃসত্বা

অবৈধ প্ৰেমৰ পৰিণতিত অন্তঃসত্বা কিশোৰী গৰাকীক আজি পুৱাৰ ভাগতে গোপনে পৰিয়ালৰ পৰা লুকুৱাই নিজ মাতৃয়ে মোমায়েকৰ ঘৰৰ বাথৰূমত চিকিৎসক অবিহনেই গৰ্ভপাত কৰোৱায় ৷ ফলত প্ৰায় 8 মাহ গৰ্ভস্থ কিশোৰী গৰাকীয়ে জন্ম দিয়ে এটি মৃত নৱজাতক ৷ তাৰ পিছৰে পৰাই কিশোৰীগৰাকীৰ অৱস্থা অতি সংকটজনক হৈ পৰাত লৈ অনা হয় কমলাবাৰী চিকিৎসালয়লৈ ৷ কিন্তু চিকিৎসালয়তে মৃত্যুক সাবতি লয় কিশোৰী গৰাকীয়ে

মাজুলীত চাঞ্চল্যকৰ ঘটনাঃঅবৈধ মাতৃত্বৰ বোজা ঢাকিবলৈ গৈ কৰুণ মৃত্যু কিশোৰীৰ
author img

By

Published : Sep 28, 2019, 8:00 PM IST

মাজুলী, 28 ছেপ্টেম্বৰঃ মাজুলীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা | যি ঘটনাই সমগ্ৰ মাজুলীত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ | অবৈধ মাতৃত্বৰ বোজা ঢাকিবলৈ গৈ কৰুণ মৃত্যুক সাৱতিব লগা হ'ল নৱজাতকসহ কিশোৰী মাতৃয়ে ৷ অবৈধ প্ৰেমৰ পৰিণতিত অন্তঃসত্বা কিশোৰী গৰাকীক আজি পুৱাৰ ভাগতে গোপনে পৰিয়ালৰ পৰা লুকুৱাই নিজ মাতৃয়ে মোমায়েকৰ ঘৰৰ বাথৰূমত চিকিৎসক অবিহনেই গৰ্ভপাত কৰোৱায় ৷ ফলত প্ৰায় 8 মাহ অন্তঃসত্বা কিশোৰী গৰাকীয়ে জন্ম দিয়ে এটি মৃত নৱজাতক ৷ তাৰ পিছৰে পৰাই কিশোৰীগৰাকীৰ অৱস্থা অতি সংকটজনক হৈ পৰাত লৈ অনা হয় কমলাবাৰী চিকিৎসলয়লৈ ৷ কিন্তু চিকিৎসলয়তে মৃত্যুক সাবতি লয় কিশোৰী গৰাকীয়ে ৷

মাজুলীত চাঞ্চল্যকৰ ঘটনাঃঅবৈধ মাতৃত্বৰ বোজা ঢাকিবলৈ গৈ কৰুণ মৃত্যু কিশোৰীৰ
গাৰ নোম শিয়ৰি যোৱা এই ঘটনাই জোকাৰি গৈছে সচেতন মহলক ৷ এতিয়া প্ৰশ্ন হয় কাৰ ভুলৰ বাবে এজনি কিশোৰীয়ে অবৈধ মাতৃত্বৰ বোজা কঢ়িয়াই সাবতিব লগা হ'ল মৃত্যুক ৷ ইয়াৰ বাবে প্ৰকৃতাৰ্থত দায়ী কোন ?

Intro:মাজুলীত এক চাঞ্চল্যকৰ ঘটনা।
অবৈধ্য মাতৃত্তৰ বোজা ধাকিবলৈ গৈ কৰুণ মৃত্যুক সাৱতিব লগা হ'ল নৱজাতক সহ কিশোৰী মাতৃয়ে।

AVO-এক হৃদয় বিদাৰক ঘটনা। যি ঘটনাই সমগ্ৰ মাজুলীত সৃষ্টি কৰিছে চাঞ্চল্যৰ।
লোক চক্ষুৰ পৰা হাত সাৰবলৈ গৈ নিজ কিশোৰীৰ অবৈধ মাতৃত্বৰ বোজা ঢাকিবলৈ কি ব্যবস্থা গ্ৰহন কৰিলে কিশোৰীৰ মাতৃয়ে।
যি কৰিলে সেয়া শুনি চকু কপালত উঠিব।

অবৈধ প্ৰেমৰ পৰিনতিত অন্তসত্বা হ'ল মাজুলীৰ এগৰাকি কিশোৰী। অভিযোগ অনুসৰি সমিপৰে অন্য এখন গাঁওৰ এজন যুৱকৰ লগত আছিল অবৈধ্য সম্পৰ্ক।
কিন্তু সকলো ঘটনা গাপ দিবলৈ যোৱাৰ পৰিনতিয়ে হ'ল ভয়ংকৰ।
প্ৰায় ৮ মাহ গৰ্ভস্ত কিশোৰী গৰাকীক আজি পুৱাৰ ভাগতে গোপনে পৰিয়ালৰ পৰা লুকুৱাই মাতৃয়ে নিজ মোমায়েকৰ ঘৰৰ বাঠ ৰূমত নিজে মৰ সাহ কৰি গৰ্ভপাত কৰোৱাই।
কিন্তু বিনা চিকিৎসকে নিজেই নিজৰ কন্যাক গৰ্ভপাত কৰাব খোজাত গৰ্ভস্থ হয় মৃত নবজাতক।

আৰু ৫ বজাৰ পৰায়ে কিশোৰী গৰাকীৰ অত্যন্ত ৰক্তক্ষণ বিষত মমূৰ্ষ অবস্থা পোৱাত কমলাবাৰী চিকিৎসলয়লৈ অনা হয় ।
কিন্তু চিকিৎসলয়তে মৃত্যুক সাবতিলে কিশোৰী গৰাকীয়ে।
গা নোম শিয়ৰি যোৱা এই ঘটনায়ে এতিয়া সচেতন মহলক জোকাৰি গৈছে।
কাৰ ভূলৰ বাবে এজনি কিশোৰী অবৈধ্য মাতৃত্ব বোজা ল'ৱ লগা হ'ল।
সাবতিব লগা হ'ল মৃত্যুক।
কোন দায়ী দুষীয়ে পাবনে উচিৎ শাস্ত্ৰী।
(বিশেষ কাৰন বশত নাম গাঁওৰ নাম উল্লেখ কৰিব পৰা নহ'ল।
Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ।Conclusion:null
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.