ETV Bharat / state

লক্ষ্মী পূৰ্ণিমাত মাজুলী ৰাসৰ নাট খোলা অনুষ্ঠান - মাজুলীৰ ৰাস অনুষ্ঠান

লক্ষ্মী পূৰ্ণিমাৰ দিনা মাজুলী ৰাসৰ নাট খোলা অনুষ্ঠান ৷ এতিয়াৰ পৰা মাজুলী হ'ব দ্বিতীয় বৃন্দাবন ৷ মাহজোৰা ব্যস্ততা আৰম্ভ সত্ৰপীঠৰ অৰ্ধ-শতাধিক মঞ্চ, সত্ৰত ৷

লক্ষ্মী পূৰ্ণিমাত মাজুলী ৰাসৰ নাট খোলা অনুষ্ঠান
author img

By

Published : Oct 13, 2019, 7:26 PM IST

মাজুলি,13 অক্টোবৰ : দেওবাৰে লক্ষ্মী পূৰ্ণিমা । লক্ষ্মী পূৰ্ণিমাৰ পৰা মাজুলী পৰ্যবসিত হ'ল দ্বিতীয় বৃন্দাবনলৈ । মাহজোৰা ব্যস্ততা আৰম্ভ সত্ৰপীঠৰ অৰ্ধ-শতাধিক মঞ্চ সত্ৰত ৷ মাজুলী ৰাসক লৈ ৫০০ বছৰীয়া পৰম্পৰাৰে বিস্তৃত কাৰ্যসূচী ৰূপায়ন ৷ শাৰদীয় পূৰ্ণিমাত মাজুলীৰ সত্ৰ মঞ্চত মঞ্চস্থ হ'ব শ্ৰীকৃষ্ণৰ ৰাসলীলা । শিল্পী, কলা-কুশলী সকলো ৰাসক লৈ আখৰা তথা মঞ্চসজ্জা আৰু মুখা নিৰ্মাণত ব্যস্ত । দেওবাৰৰ সন্ধিয়াৰ পৰা বৰগীত তথা মোহন বাঁহী মধুৰ সুৰ আৰু নৃত্য গীতেৰে ৰাতি দুপৰলৈ মুখৰিত হৈ থাকিব মাজুলীৰ সকলো সত্ৰ ।

লক্ষ্মী পূৰ্ণিমাত মাজুলী ৰাসৰ নাট খোলা অনুষ্ঠান

উল্লেখযোগ্য যে, মাজুলীৰ ১২ খন সত্ৰৰ লগতে অৰ্ধ শতাধিক মঞ্চত শ্ৰীকৃষ্ণৰ ৰাসলীলা অনুস্থিত হ'ব । ইফালে মাজুলী ৰাসক লৈ এইবাৰ ৰাজ্য চৰকাৰে পৰ্যটনৰ ক্ষেত্ৰত বিশেষ কাৰ্যসূচীৰ ঘোষণা কৰিছে । মাজুলী উত্তৰ কমলাবাৰী সত্ৰত ৫ দিনীয়াকৈ অনুস্থিত হ'ব ৰাস । মহাপুৰুষ শংকৰদেৱৰ আধ্যাত্মিক দৰ্শনৰ অন্তৰ্গত ৰাসৰ লগতে মণিপুৰ আৰু বৃন্দাবনৰ ৰাসৰ প্ৰদৰ্শনৰ আয়োজন কৰিছে কমলাবাৰী সত্ৰই ৷

Intro:@ আজি লক্ষ্মী পূৰ্ণিমাত মাজুলী ৰাসৰ নাট খোলা অনুষ্ঠান:
@ আজিৰ পৰা মাজুলী হব দ্বিতীয় বৃন্দাবনঃ
@ মাহজোৰা ব্যস্ততা আৰম্ভ সত্ৰপীঠৰ অৰ্ধ-শতাধিক মঞ্চ সত্ৰতঃ
@ ৫০০ বছৰীয়া পৰম্পৰাৰে বিস্তৃত কাৰ্যসূচী মাজুলী ৰাসক লৈঃ

VO... আজি লক্ষ্মী পূৰ্ণিমা। আজিৰ পৰা মাজুলী পৰ্যবসিত হল দ্বিতীয় বৃন্দাবনলৈ। অহা শাৰদীয় পূৰ্ণিমাত মাজুলীৰ সত্ৰ মঞ্চত মঞ্চস্থ হব শ্ৰীকৃষ্ণৰ ৰাস লিলা। শিল্পী ক'লা কুশৰি সকলো ৰাসক লৈ আখৰা মঞ্চ সজ্জা আৰু মুখা নিৰ্মাণত ব্যস্ত হৈ পৰিব। আজি সন্ধ্যা পৰা বৰগীত মোহন বাঁহি মধুৰ সুৰ নৃত্য গীতেৰে ৰাতি দুপৰলৈ মুখৰিত হৈ থাকিব।
বাইটঃ 1
মাজুলীৰ ১২ খন সত্ৰৰ লগতে অৰ্ধ শতাধিক মঞ্চত শ্ৰীকৃষ্ণৰ ৰাস লিলা অনুস্থিত হব। ইফালে মাজুলী ৰাসক লৈ এইবাৰ ৰাজ্য চৰকাৰে পৰ্যটনৰ ক্ষেত্ৰত বিশেষ কাৰ্যসূচীৰ ঘোষণা কৰিছে।
মাজুলী উত্তৰ কমলাবাৰী সত্ৰত ৫ দিনীয়াকৈ অনুস্থিত হব ৰাস। মহাপুৰুষ শংকৰদেৱ আধ্যাত্মিক দৰ্শনৰ অন্তগত ৰাসৰ লগতে মনিপুৰ আৰু বৃন্দাবনৰ ৰাসৰ পদৰ্শনৰ দিঢ়া কৰিছে সত্ৰখনে।
বাইট 2
Body:মাজুলীৰ পৰা যদুমণি শইকীয়া।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.