ETV Bharat / state

ফেৰীত উঠিবলৈ লওতেই নদীত পৰিল সামগ্ৰীভৰ্তি বাহন - উত্তৰ লখিমপুৰৰ\ খাবলু ঘাট

লখিমপুৰৰ খাবলু ঘাটত ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল সামগ্ৰী ভৰ্তি DI ভানৰ চালক আৰু এখন নাৱৰ যাত্ৰীৰ ৷ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল কেমেৰাত ৷

live boat accident at majuli feri ghat
ফেৰীত উঠিবলৈ লওঁতেই চিৰি ভাঙি নদীত পৰিলে মাল ভৰ্তি DI ভান
author img

By

Published : Dec 13, 2020, 8:38 PM IST

মাজুলী, 13 ডিচেম্বৰ: ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল সামগ্ৰী ভৰ্তি DI ভানৰ চালক আৰু এখন নাৱৰ যাত্ৰীৰ ৷ উত্তৰ লখিমপুৰৰ খাবলু ঘাটত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল কেমেৰাত ৷ এখন সামগ্ৰী ভৰ্তি DI ভানে ফেৰীত উঠিব লওতেই সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনাটো ৷

live boat accident at majuli feri ghat
ফেৰীত উঠিবলৈ লওঁতেই চিৰি ভাঙি নদীত পৰিলে মাল ভৰ্তি DI ভান

মাজুলী অভিমুখে গৈ থকা ইটা আৰু চিমেন্ট ভৰ্তি ভানখনে ফেৰীত উঠিবলৈ লওতেই চিৰি ভাঙি পৰে ৷ লগে লগে নাও খনত থকা দুজন লোকে জপিয়াই আহি নাও খন বান্ধি ৰাখে ৷ দুুৰ্ঘটনাৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ৷ বৰ্তমানলৈ DI ভানখনৰ নম্বৰ জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক: বনভোজৰ বাবে বন্ধ হ'ল গোৱালপাৰাৰ শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাপীঠস্থান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.