ETV Bharat / state

সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান আউনিআটী সত্রৰ সত্ৰাধিকাৰৰ

মাজুলীৰ আউনিআটী সত্রৰ সত্ৰাধিকাৰ প্রভুৱে সকলো নাগৰিককে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনোৱা দেখা গৈছে ৷ সত্ৰাধিকাৰ গৰাকীয়ে লগতে কয় যে, ৫ বছৰৰ মূৰে মূৰে অহা এই ভোটাধিকাৰৰ জৰিয়তে নিজৰ মনে বিচৰা এজন প্ৰতিনিধি নিৰ্বাচন কৰাত অৰিহণা যোগাব পাৰি।

author img

By

Published : Mar 25, 2021, 3:54 PM IST

সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান আউনিআটী সত্রৰ সত্ৰাধিকাৰৰ
সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান আউনিআটী সত্রৰ সত্ৰাধিকাৰৰ

মাজুলী,25,মাৰ্চঃ প্ৰথম পৰ্যায় ভোট গ্ৰহণলৈ মাজত মাথো আৰু এটা দিন ৷ ইতিমধ্যেই সকলো ৰাজনৈতিক দলে নিজৰ নিজৰ ৰণকৌশল প্ৰস্তুত কৰিছে । তাৰমাজতে মাজুলীৰ আউনিআটী সত্রৰ সত্ৰাধিকাৰ প্রভুৱে সকলো নাগৰিককে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনোৱা দেখা গৈছে ৷ সত্ৰাধিকাৰ গৰাকীয়ে লগতে কয় যে, ৫ বছৰৰ মূৰে মূৰে অহা এই ভোটাধিকাৰৰ জৰিয়তে নিজৰ মনে বিচৰা এজন প্ৰতিনিধি নিৰ্বাচন কৰাত অৰিহণা যোগাব পাৰি। ভোটাধিকাৰ হৈছে নিজৰ এটা অধিকাৰ গতিকে নিজৰ বিবেকৰ জৰিয়তে এই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুৰোধ জনাইছো ৷

ইপিনে তেখেতে নটা প্ৰয়োগৰ সৰ্ন্দভতো নিজৰ মন্তব্য আগবঢ়াই কয় যে, যদিও নটা প্ৰয়োগ কৰাৰ এটা সুবিধা আছে তথাপি তাৰ ব্যৱহাৰ কৰাটো তেখেতে শুদ্ধ বুলি নাভাবো বুলি কয় । ভোটাধিকাৰ নিজে সাব্যস্ত কৰাৰ উপৰিও দূৰত থকা জনকো ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সুবিধা কৰি দিব লাগে বুলিও তেওঁ মন্তব্য কৰা দেখা যায় ৷

লগতে পঢ়কঃ শালমৰা চাহ বাগিচাত বিজেপি প্ৰাৰ্থী মৃনাল শইকীয়াৰ পদযাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.