ETV Bharat / state

নাৰায়ণপুৰত উদ্ধাৰ অচিনাক্ত বন্যপ্ৰাণী

পথৰ দাঁতিৰ পৰা উদ্ধাৰ অচিনাক্ত বন্যপ্ৰাণীটো ৷ এই পৰ্যন্ত চিনাক্ত কৰিব নোৱৰা বন্যপ্ৰাণীটোৰ সম্পৰ্কত অৱগত কৰা হৈছে হাৰমতী বন সংমণ্ডলক ৷ বন বিভাগৰ লোক এতিয়ালৈকে আহি নোপোৱাৰ লগতে অচিনাক্ত বন্যপ্ৰাণীটোক লৈ উৎসুকতা বৃদ্ধি পাইছে গাঁওবাসীৰ মাজত  ৷

author img

By

Published : Apr 19, 2019, 10:05 AM IST

অচিনাক্ত বন্যপ্ৰাণী উদ্ধাৰ

বিহপুৰীয়া, 19 এপ্ৰিল : লখিমপুৰৰ নাৰায়ণপুৰৰ তাঁতিবাহাৰত নিশা উদ্ধাৰ এটা অচিনাক্ত বন্যপ্ৰাণী ৷ মোহন বৰা নামৰ এগৰাকী ব্যক্তিয়ে পথৰ দাঁতিত দেখা পাই উদ্ধাৰ কৰে অচিনাক্ত বন্যপ্ৰাণীটো ৷ পৰৱৰ্তী সময়ত বন্যপ্ৰাণীটো গড়ালত আৱদ্ধ কৰি ৰাখে লোকজনে ৷

অচিনাক্ত বন্যপ্ৰাণী উদ্ধাৰ

এই পৰ্যন্ত চিনাক্ত কৰিব নোৱৰা বন্যপ্ৰাণীটোৰ সম্পৰ্কত অৱগত কৰা হৈছে হাৰমতী বন সংমণ্ডলক ৷ বন বিভাগৰ লোক এতিয়ালৈকে আহি নোপোৱাৰ লগতে অচিনাক্ত বন্যপ্ৰাণীটোক লৈ উৎসুকতা বৃদ্ধি পাইছে গাঁওবাসীৰ মাজত ৷

Intro:নাৰায়ণপুৰৰ তাতিবাহাৰত নিশা এটি অচিনাক্ত প্ৰাণী উদ্ধাৰ কৰা হয়৷ প্ৰাণীটোৰ চিনাক্তকৰণ এই পৰ্যন্ত কৰিব পৰা হোৱা নাই৷ গাওঁবাসীয়ে খবৰ দিয়ে বনবিভাগক৷Body:যোৱা নিশা লখিমপুুৰ জিলাৰ নাৰায়ণপুৰৰ অন্তৰ্গত তাতিবাহাৰত এটি অচিনাক্ত প্ৰাণী মোহন বৰা নামৰ এজন ব্যক্তিয়ে পথত দেখা পাই উদ্ধাৰ কৰে প্ৰাণীটো৷ পৰৱৰ্তী সময়ত প্ৰাণীটো এটি গড়ালত আৱদ্ধ কৰি ৰাখে৷ এই পৰ্যন্ত চিনাক্ত কৰিব নোৱাৰা প্ৰাণীটোৰ বিষয়ে অৱগত কৰোৱা হৈছে হাৰমতী বন সংমণ্ডলক৷ বন বিভাগৰ লোক এতিয়ালৈকে আহি নোপোৱাত উৎসুকতা বৃদ্ধি পাইছে গাওঁবাসীৰ মাজত৷Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.