বিহপুৰীয়া,16 জুলাইঃ বানপানীৰ মাজতে লখিমপুৰ জিলাৰ বিহপুৰীয়াত শোকাৱহ দুৰ্ঘটনা ৷ দঙ্গিবিলত এয়াটেল টাৱাৰত সংযোগী ট্ৰাঞ্চফৰ্মাৰত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যুক সাবটিলে দুজন শ্ৰমিকে ৷ মৃত শ্ৰমিক দুজন বঙালমৰাৰ দৌলতপুৰৰ টাৱাৰৰ ঠিকাভিত্তিক কৰ্মচাৰী মঞ্জুৰ হুছেইন আৰু তফিজুল ইছলাম ৷ পানীৰ মাজত এয়াৰটেল টাৱাৰ সংযোগী ট্ৰাঞ্চফৰ্মাৰ মেৰামতি কৰি আছিল দুয়োজন শ্ৰমিকে ৷ ইয়াৰ মাজতে বিদ্যুৎ সৰবৰাহ হৈ শ্ৰমিক দুজনৰ মৃত্যু হোৱাৰ আশংকা পৰিয়ালৰ লোকৰ ৷ পুৱাৰে পৰা অঞ্চলটোত বিদ্যুৎ বিভাগে কৰ্তন কৰি ৰাখিছিল বিদ্যুৎ সেৱা ৷
বিহপুৰীয়াত বিদ্যুৎস্পৃষ্ট হৈ দুজন শ্ৰমিকৰ মৃত্য়ু
এয়াৰটেল টাৱাৰ সংযোগী ট্ৰাঞ্চফৰ্মাৰত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাবটিলে দুই ঠিকাভিত্তিক কৰ্মচাৰীয়ে ৷
বিহপুৰীয়াত বিদ্যুৎস্পৃষ্ট হৈ দুজন শ্ৰমিকৰ মৃত্য়ু
বিহপুৰীয়া,16 জুলাইঃ বানপানীৰ মাজতে লখিমপুৰ জিলাৰ বিহপুৰীয়াত শোকাৱহ দুৰ্ঘটনা ৷ দঙ্গিবিলত এয়াটেল টাৱাৰত সংযোগী ট্ৰাঞ্চফৰ্মাৰত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যুক সাবটিলে দুজন শ্ৰমিকে ৷ মৃত শ্ৰমিক দুজন বঙালমৰাৰ দৌলতপুৰৰ টাৱাৰৰ ঠিকাভিত্তিক কৰ্মচাৰী মঞ্জুৰ হুছেইন আৰু তফিজুল ইছলাম ৷ পানীৰ মাজত এয়াৰটেল টাৱাৰ সংযোগী ট্ৰাঞ্চফৰ্মাৰ মেৰামতি কৰি আছিল দুয়োজন শ্ৰমিকে ৷ ইয়াৰ মাজতে বিদ্যুৎ সৰবৰাহ হৈ শ্ৰমিক দুজনৰ মৃত্যু হোৱাৰ আশংকা পৰিয়ালৰ লোকৰ ৷ পুৱাৰে পৰা অঞ্চলটোত বিদ্যুৎ বিভাগে কৰ্তন কৰি ৰাখিছিল বিদ্যুৎ সেৱা ৷
Intro:বানপানী ৰ মাজতে লখিমপুৰ বিহপুৰীয়াত শোকাৱহ ঘটনা। দঙ্গিবিলত এয়াটেল টাৱাৰত সংযোগী ট্ৰাঞ্চফৰ্মাত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু দুজন শ্ৰমিক ৰ।
Body:এয়াৰটেল টাৱাৰ সংযোগী ট্ৰাঞ্চফৰ্মাত বিদ্যুত স্পৃষ্ট হৈ মৃত্যু শ্ৰমিক বঙালমৰাৰ দৌলতপুৰৰ টাৱাৰৰ ঠিকাভিত্তিক কৰ্মচাৰী মঞ্জুৰ হুছেইন, আৰুতফিজুল ইছলামৰ।
Conclusion:পানীৰ মাজত এয়াৰটেল টাৱাৰ সংযোগী ট্ৰাঞ্চফৰ্মাত মেৰামতি কৰি আছিল দুয়োৱে। ইয়াৰ মাজতে বিদ্যুত সৰ্বৰাহ হৈ শ্ৰমিক দুজনৰ মৃত্যু হোৱাৰ আশংকা পৰিয়াল ৰ। পুৱা বিদ্যুৎ বিভাগে কৰ্তন কৰি ৰাখিছিল অঞ্চলটোৰ বিদ্যুত সেৱা।