ETV Bharat / state

লখিমপুৰত এঘাৰশ ছাত্ৰ-ছাত্ৰীৰ গছপুলি ৰোপণ

ৰাজ্য চৰকাৰৰ গড়কাপ্তানী, গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ নতুন পৰিকল্পনা ৷ লখিমপুৰৰ নিৰ্মীয়মাণ চিকিৎসা মহাবিদ্যালয় প্ৰাংগণত গছপুলি ৰোপণ ৷ এই নতুন পৰিকল্পনাৰ লখিমপুৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

লখিমপুৰত এঘাৰশ ছাত্ৰ-ছাত্ৰীৰ গছপুলি ৰোপণ
author img

By

Published : Jun 28, 2019, 5:32 PM IST

লখিমপুৰ,28 জুন : লখিমপুৰত এঘাৰশ ছাত্ৰ-ছাত্ৰীয়ে ৰোপণ কৰিলে এঘাৰশ গছপুলি ৷ লখিমপুৰৰ নিৰ্মীয়মাণ চিকিৎসা মহাবিদ্যালয় প্ৰাংগণৰ 6 খন বিদ্যালয়ৰ এঘাৰশ ছাত্ৰ-ছাত্ৰীয়ে ৰোপণ কৰিলে গছপুলি ৷ সেউজী ধৰা বিনন্দীয়া,সুন্দৰ স্বাস্থ্য যুগমীয়া ৷ এইয়া ৰাজ্য চৰকাৰৰ গড়কাপ্তানী, গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ নতুন পৰিকল্পনা ৷ শুকুৰবাৰে এই নতুন পৰিকল্পনাৰ লখিমপুৰত শুভাৰম্ভ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ঠিকাদাৰ আৰু ঠিকাভিত্তিক সকলেও কাম আৰম্ভ কৰাৰ লগতে চৌপাশে গছপুলি ৰুব লাগিব বুলি ঘোষণা মন্ত্ৰীগৰাকীৰ ৷

লখিমপুৰত এঘাৰশ ছাত্ৰ-ছাত্ৰীৰ গছপুলি ৰোপণ
ইফালে,এক জনসভাত অংশ গ্ৰহণ কৰি 2020 চনত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে চিকিৎসা বিভাগে ব্যৱস্থা কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী হিমন্তই।

সেউজী ধৰা বিনন্দীয়া, সুন্দৰ স্বাস্থ্য যুগমীয়া। এইয়া ৰাজ্য চৰকাৰৰ গড়কাপ্তানি আৰু গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ নতুন পৰিকল্পনা। শুকুৰবাৰ এই নতুন পৰিকল্পনাৰ লখিমপুৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লখিমপুৰ জিলাৰ ৬ খন বিদ্যালয় ১১০০ ছাত্ৰ ছাত্ৰীয়ে লখিমপুৰ নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয় প্ৰাংগণত ৰোপন কৰিলে ১১০০ টা গছপুলি। মন্ত্ৰীৰ ঘোষণা বিভাগীয় ঠিকাদাৰ লগতে ঠিকাভিত্তিক সকলেও কাম আৰম্ভ কৰাৰ লগতে চৌপাশে ৰুব লাগিব গছপুলি।  ২০২০ চনত লখিমপুৰ চিকিত্সা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে ব্যৱস্থা কৰিব চিকিৎসা বিভাগে। 2021   চনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলিও ঘোষণা মন্ত্ৰী হিমন্তৰ।

Sent from my Samsung Galaxy smartphone.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.