ETV Bharat / state

বৰষুণক নেওচি ৰাজ্যত ছাত্ৰ মুক্তিৰ কেবৰ বিৰুদ্ধে মানৱ শৃংখল - Latest CAB update

বৃহস্পতিবাৰে ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল । হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ সিদ্ধান্ত জাতিৰ বাবে ক্ষতিকাৰক আখ্যা দিয়াৰ লগতে অসম চৰকাৰক এনে সিদ্ধান্ত নল'বলৈ সকিয়নী প্ৰদান কৰে ।

লখিমপুৰত কেবৰ বিৰুদ্ধে মানৱ শৃংখল
author img

By

Published : Oct 24, 2019, 9:04 PM IST

লখিমপুৰ,24অক্টোবৰঃ সমগ্ৰ ৰাজ্যত বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিটিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উলিয়ালে মানৱ শৃংখল । ধাৰাষাৰ বৰষুণকো নেওচি লখিমপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সমুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উলিয়াই এই মানৱ শৃংখল । ছাত্ৰ সংগঠনটোৱে ৰাজ্যৰ বিজেপি চৰকাৰক সমালোচনা কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক অসমৰ খিলঞ্জীয়া লোকৰ বাবে অভিশাপ বুলি আখ্যা দিয়ে ।

জনীয়াত পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰাৰ প্ৰয়োজন : দুলু আহমেদ

যোৰহাটঃ শীতকালীন অধিবেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰাৰ যি পৰিকল্পনা হাতত লৈছে সেয়া কোনো কাৰণেই মানি লোৱা নহ'ব বুলি সকীয়াই দি ধেমাজিত মানৱ শৃংখলাৰ জড়িয়তে প্ৰতিবাদী কাৰ্যসূচী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

যোৰহাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী

গোলাঘাটঃ ইপিনে কেবৰ বিৰুদ্ধে গোলাঘাটতো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী পালন কৰে । নৰেন্দ্ৰ মোদী গ'বেক, সৰ্বানন্দ সোণোৱাল লাজ নাই, বি জে পি চৰকাৰ হায় হায় আদি চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখ । লগতে শীঘ্ৰে যদি চৰকাৰে এনে হঠকাৰী সিদ্ধান্ত বাতিল নকৰে তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ নেতাসকলে ।

গোলাঘাট ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী

ধেমাজিঃ বৃহস্পতিবাৰে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা প্ৰতিবাদত ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু সদৰ আঞ্চলিক সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ধেমাজিতো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী

Intro:সমগ্ৰ ৰাজ্য ত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ৰ বিৰুদ্ধে উলিয়ালে মানৱ শৃংখল।

Body:ধাৰাষাৰ বৰষুণ কো নেওচি লখিমপুৰ জিৰাৰ উপায়ুক্ত কাৰ্যালয় ৰ সমুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উলিয়াই মানৱ শৃংখল। ছাত্ৰ সংগঠন টোৱে ৰাজ্য ৰ বিজেপি চৰকাৰক সমালোচনা কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক অসমৰ খিলঞ্জীয়া লোকৰ বাবে আভিসাপ হিছাপে আখ্যা দিয়ে।

Conclusion:হিন্দু বাংলাদেশী ক নাগৰিকত্ব প্ৰদানৰ ৰ ক্ষেত্ৰত চৰকাৰৰ সিৰ্ধান্ত জাতীয় বাবে ক্ষতিকাৰক আখ্যা দিয়াৰ লগতছ অসম চৰকাৰৰ ক এনে সিৰ্ধান্ত নলবলৈ সকিয়নী প্ৰদান কৰে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.