ETV Bharat / state

ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থানত নানা ৰঙী ফুলৰ মুকুতাৰ মালা - নৰোৱা সত্ৰ

থানখনৰ মূল পথৰ পৰা সত্ৰৰ চাৰিওফালে আপুনি যেনিয়েই চাই তেনিয়েই কেৱল দেখা পাব এজাৰ বুলীয়া এক মনোৰম পৰিৱেশ ।

শ্ৰী শ্ৰী বাসুদেৱ থানত নানা ৰঙী ফুলৰ মুকুতাৰ মালা
author img

By

Published : Jun 6, 2019, 9:47 AM IST

ঢকুৱাখনা , 06 জুন : কোনে কয় এজাৰ ফুলে বেজাৰ দিয়ে? বৰঞ্চ ই আমাৰ মনত অনাবিল আনন্দহে প্ৰদান কৰে ৷ তাতে যদি এজাৰ ফুলৰ গছৰ কাষতে থকা পুখুৰীত এজাক ৰাজহাঁহে জলকেলি কৰে সেই দৃশ্য অধিক নান্দনিক হৈ পৰে ৷ এনে এক দৃশ্য এতিয়া দেখিবলৈ পোৱা গৈছে ঢকুৱাখনাৰ ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত ৷

শ্ৰী শ্ৰী বাসুদেৱ থানত নানা ৰঙী ফুলৰ মুকুতাৰ মালা

এই সত্ৰপীঠখনৰ চৌকাষে এতিয়া এজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়া আদি ফুলে নন্দন কানন সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ শীতৰ শেষত বসন্তৰ ন-পৰশত গছ বিৰিখেও ন-ৰূপ লয় । সেউজীয়া গছ বিৰিখৰ শিৰত বহি নানা ৰঙী ফুলে মুকুতাৰ মালা গাঁঠে । বনৰ বিহগীয়েও ইয়াৰ ডালত বহি সুমধুৰ গীত জুৰে । তাতে সেইখন যদি এখন আধ্যাত্মিক উপাসনাৰ স্থলী হয় তাৰ ৰূপ দুগুণে চৰে । মূল পথৰ পৰা সত্ৰৰ চাৰিওফালে আপুনি যেনিয়েই চাই তেনিয়েই কেৱল দেখা পাব এজাৰ বুলীয়া এক মনোৰম পৰিৱেশ । তেনে এটি মনোৰম পৰিৱেশ ধৰি ৰাখিবলৈ বা নিজক বিলীন কৰি দিবলৈ আপোনাৰো হয়তো মন যাব আৰু তেতিয়াই আপুনি খুলি ল’ব বিলাসী মোবাইল অথবা এটা দামী কেমেৰা ।

Intro:কোনে কয় এজাৰ ফুলে বেজাৰ দিয়ে ? এজাৰ ফুলে কেতিয়াও বেজাৰ নিদিয়ে । বৰঞ্চ ই আমাৰ মনত অনাবিল আনন্দহে প্ৰদান কৰে । তাতে যদি পাৰৰ পুখুৰীত এজাক ৰাজহাঁহে জলকেলি কৰে।
এই দৃশ্য ঢকুৱাখনাৰ ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ । এই সত্ৰপীঠ খনৰ চৌকাষে এতিয়া এজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়া আদি ফুলে নন্দন কানন সদৃশ পৰিবেশৰ সৃষ্টি কৰিছে ।
শীতৰ শেষত বসন্তৰ ন-পৰশত গছ বিৰিখেও ন-ৰূপ লয় ।সেউজীয়া গছ বিৰিখৰ শিৰত বহি নানা ৰঙী ফুলে মুকুতাৰ মালা গাঠে। বনৰ বিহগীয়েও ইয়াৰ ডালত বহি সুমধুৰ গীত জুৰে । তাতে সেইখন যদি এখন আধ্যাত্মিক উপাসনাৰ স্থলী হয় তাৰ ৰূপ দুগুণে চৰে।
বৰ্তমান সময়ত ঠিক তেন এক পৰিৱেশেই দেখা গৈছে ঢকুৱাখনাৰ ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত । মূল পথৰ পৰা সত্ৰৰ চাৰিওফালে আপুনি যেনিয়েই চাই তেনিয়েই কেৱল দেখা পাব এজাৰ বুলীয়া এক মনোৰম পৰিবেশ ।
তেনে এটি মনোৰম পৰিবেশ ধৰি ৰাখিবলৈ বা নিজক বিলীন কৰি দিবলৈ আপোনাৰ হয়তো মন যাব আৰু তেতিয়াই আপুনি খুলি লব বিলাসী মোবাইল অথবা এটা দামী কেমেৰা ।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।Body:কোনে কয় এজাৰ ফুলে বেজাৰ দিয়ে ? এজাৰ ফুলে কেতিয়াও বেজাৰ নিদিয়ে । বৰঞ্চ ই আমাৰ মনত অনাবিল আনন্দহে প্ৰদান কৰে । তাতে যদি পাৰৰ পুখুৰীত এজাক ৰাজহাঁহে জলকেলি কৰে।
এই দৃশ্য ঢকুৱাখনাৰ ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ । এই সত্ৰপীঠ খনৰ চৌকাষে এতিয়া এজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়া আদি ফুলে নন্দন কানন সদৃশ পৰিবেশৰ সৃষ্টি কৰিছে ।
শীতৰ শেষত বসন্তৰ ন-পৰশত গছ বিৰিখেও ন-ৰূপ লয় ।সেউজীয়া গছ বিৰিখৰ শিৰত বহি নানা ৰঙী ফুলে মুকুতাৰ মালা গাঠে। বনৰ বিহগীয়েও ইয়াৰ ডালত বহি সুমধুৰ গীত জুৰে । তাতে সেইখন যদি এখন আধ্যাত্মিক উপাসনাৰ স্থলী হয় তাৰ ৰূপ দুগুণে চৰে।
বৰ্তমান সময়ত ঠিক তেন এক পৰিৱেশেই দেখা গৈছে ঢকুৱাখনাৰ ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত । মূল পথৰ পৰা সত্ৰৰ চাৰিওফালে আপুনি যেনিয়েই চাই তেনিয়েই কেৱল দেখা পাব এজাৰ বুলীয়া এক মনোৰম পৰিবেশ ।
তেনে এটি মনোৰম পৰিবেশ ধৰি ৰাখিবলৈ বা নিজক বিলীন কৰি দিবলৈ আপোনাৰ হয়তো মন যাব আৰু তেতিয়াই আপুনি খুলি লব বিলাসী মোবাইল অথবা এটা দামী কেমেৰা ।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।Conclusion:কোনে কয় এজাৰ ফুলে বেজাৰ দিয়ে ? এজাৰ ফুলে কেতিয়াও বেজাৰ নিদিয়ে । বৰঞ্চ ই আমাৰ মনত অনাবিল আনন্দহে প্ৰদান কৰে । তাতে যদি পাৰৰ পুখুৰীত এজাক ৰাজহাঁহে জলকেলি কৰে।
এই দৃশ্য ঢকুৱাখনাৰ ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ । এই সত্ৰপীঠ খনৰ চৌকাষে এতিয়া এজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়া আদি ফুলে নন্দন কানন সদৃশ পৰিবেশৰ সৃষ্টি কৰিছে ।
শীতৰ শেষত বসন্তৰ ন-পৰশত গছ বিৰিখেও ন-ৰূপ লয় ।সেউজীয়া গছ বিৰিখৰ শিৰত বহি নানা ৰঙী ফুলে মুকুতাৰ মালা গাঠে। বনৰ বিহগীয়েও ইয়াৰ ডালত বহি সুমধুৰ গীত জুৰে । তাতে সেইখন যদি এখন আধ্যাত্মিক উপাসনাৰ স্থলী হয় তাৰ ৰূপ দুগুণে চৰে।
বৰ্তমান সময়ত ঠিক তেন এক পৰিৱেশেই দেখা গৈছে ঢকুৱাখনাৰ ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত । মূল পথৰ পৰা সত্ৰৰ চাৰিওফালে আপুনি যেনিয়েই চাই তেনিয়েই কেৱল দেখা পাব এজাৰ বুলীয়া এক মনোৰম পৰিবেশ ।
তেনে এটি মনোৰম পৰিবেশ ধৰি ৰাখিবলৈ বা নিজক বিলীন কৰি দিবলৈ আপোনাৰ হয়তো মন যাব আৰু তেতিয়াই আপুনি খুলি লব বিলাসী মোবাইল অথবা এটা দামী কেমেৰা ।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.